Hindu Yuba Chatra Parishad, Asom Tinsukia District Committee

Hindu Yuba Chatra Parishad, Asom Tinsukia District Committee HYCP work for the all round development of our nation. We fight against Love Jihad, Land Jihad, Religion Conversion and Population Jihad.

Our demands include Uniform Civil Code and Population Control Policy in Assam.

বৰাকত অনুষ্ঠিত হবলগীয়া কেন্দ্ৰীয় লাচিত দিৱস ২০২৩ ৰ কাৰ্য্যসূচী উন্মোচন । সকলোকে নিমন্ত্ৰণী শৰাই আগবঢ়োৱাৰ আৰু উপযুক্ত দ...
05/11/2023

বৰাকত অনুষ্ঠিত হবলগীয়া কেন্দ্ৰীয় লাচিত দিৱস ২০২৩ ৰ কাৰ্য্যসূচী উন্মোচন । সকলোকে নিমন্ত্ৰণী শৰাই আগবঢ়োৱাৰ আৰু উপযুক্ত দিহা-পৰামৰ্শ ও সহায় সহযোগিতা কামনা কৰিলোঁ ।

📢 Join the Movement for a Healthier Tomorrow! 🚭📚  🚫Let's unite to protect our future generations! 🌟Hindu Yuba Chattra Pa...
12/09/2023

📢 Join the Movement for a Healthier Tomorrow! 🚭📚

🚫

Let's unite to protect our future generations! 🌟

Hindu Yuba Chattra Parishad, Asom is taking action to ensure a tobacco-free environment. We've submitted a memorandum to the District Commissioner and the Superintendent of Police in Tinsukia, and now, we need YOUR support!

Together, we can make a difference! Join us in this crucial movement to strengthen the ban on selling and storing Gutkha, Pan Masala, and Chewing To***co near schools and colleges.

🤝 Stand with us for a healthier, tobacco-free future! 🚭

কেন্দ্ৰীয় বৌদ্ধিক প্ৰশিক্ষণ শিৱিৰ সম্পৰ্কে আলোচনা আৰু অন্যান্য বিষয়ত আলোচনাৰ্থে পৰিষদৰ বৈঠক আজি অনুষ্ঠিত হয় ।
25/06/2023

কেন্দ্ৰীয় বৌদ্ধিক প্ৰশিক্ষণ শিৱিৰ সম্পৰ্কে আলোচনা আৰু অন্যান্য বিষয়ত আলোচনাৰ্থে পৰিষদৰ বৈঠক আজি অনুষ্ঠিত হয় ।

19/06/2023
মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে অসম চৰকাৰৰ যোগান বিভাগ।
17/06/2023

মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে অসম চৰকাৰৰ যোগান বিভাগ।

আজি Hindu Yuba-Chattra Parishad:Asom -HYCP দ্বাৰা গুৱাহাটীত সংবাদ মেল আয়োজন ।
16/06/2023

আজি Hindu Yuba-Chattra Parishad:Asom -HYCP দ্বাৰা গুৱাহাটীত সংবাদ মেল আয়োজন ।

প্ৰেছ বিজ্ঞপ্তি - ২২-০৫-২০২৩
22/05/2023

প্ৰেছ বিজ্ঞপ্তি - ২২-০৫-২০২৩

আজি হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম - তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । এই সভাত কেন্দ্ৰীয় সমিতিৰ সা...
21/05/2023

আজি হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম - তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় । এই সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী মাধব দাস ডাঙৰীয়া উপস্থিত থাকি সতীৰ্থ সকলক অধিক উৎসাহেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়ে ।

Hindu Yuba-Chattra Parishad:Asom -HYCP

সমূহ অসমবাসী ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ । ৰঙালীৰ ৰঙাল বতৰে সকলোৰে জীৱন সুখময় কৰক ।হিন্দু ...
14/04/2023

সমূহ অসমবাসী ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ । ৰঙালীৰ ৰঙাল বতৰে সকলোৰে জীৱন সুখময় কৰক ।
হিন্দু যুৱ –ছাত্ৰ পৰিষদ, অসম
তিনিচুকীয়া জিলা সমিতি

Address

Tinsukia
786125

Alerts

Be the first to know and let us send you an email when Hindu Yuba Chatra Parishad, Asom Tinsukia District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Hindu Yuba Chatra Parishad, Asom Tinsukia District Committee:

Share