All Moran Students' Union

All Moran Students' Union AMSU — united voice of Tholgiri(Son of soil) Morans across North East India. All Moran Students' Union is a student organization of Moran Tribe
(1)

“আম’চিকালি” মেধা অনুসন্ধান পৰীক্ষা-২০২৬ ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা আজি সফলভাৱে সমাপ্তি হয়। আজিৰ এই পৰীক্ষাৰ সফলতাৰ লগত জড়ি...
21/06/2026

“আম’চিকালি” মেধা অনুসন্ধান পৰীক্ষা-২০২৬ ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা আজি সফলভাৱে সমাপ্তি হয়। আজিৰ এই পৰীক্ষাৰ সফলতাৰ লগত জড়িত সকলোলৈ আন্তৰিক ধন‍্যবাদ জ্ঞাপন কৰিল।

21/06/2026

“আম’চিকালি” মেধা অনুসন্ধান পৰীক্ষা সুকলমে মুঠ ৫টাকৈ কেন্দ্ৰত পৰিচালিত হৈ আছে।

is under CCTV surveillance Raghav Moran Govt. Model College

অহা কালিলৈ অনুষ্ঠিত হ’ব লগীয়া “আম’চিকালি” মেধা অনুসন্ধান পৰীক্ষাত অৱতীৰ্ণ হ’ব লগীয়া ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা জ...
20/06/2026

অহা কালিলৈ অনুষ্ঠিত হ’ব লগীয়া “আম’চিকালি” মেধা অনুসন্ধান পৰীক্ষাত অৱতীৰ্ণ হ’ব লগীয়া ছাত্ৰ-ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Borah Palindra
Joykanta Moran

আজিৰ পৱিত্ৰ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত নিবেদিলোঁ।Borah PalindraJoykanta Moran
20/06/2026

আজিৰ পৱিত্ৰ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত নিবেদিলোঁ।
Borah Palindra
Joykanta Moran

জ্ঞাতাৰ্থেBorah PalindraJoykanta Moran
19/06/2026

জ্ঞাতাৰ্থে
Borah Palindra
Joykanta Moran

কৰ্ম পথ ১.oগুৱাহাটীত হব লগীয়া skill development ৰ course সমূহ* AI Graphic Designer* Food & Beverage Service Assistant *...
06/06/2026

কৰ্ম পথ ১.o

গুৱাহাটীত হব লগীয়া skill development ৰ course সমূহ

* AI Graphic Designer
* Food & Beverage Service Assistant
* Cemera Oprator

তিনিচুকীয়াত হব লগীয়া course সমূহ

* Makeup Artist
* Assistant Costume Designer
* Fish Seed Grower
* Fild technician- Air Conditioner
* Assistant Electrician
* Solar Panel Installation Technician

ইতিমধ্য আজিৰ পৰা কাউঞ্চেলিঙৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । সেয়ে অহা কালিলৈ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে তিনিচুকীয়া স্থিত বদৌচা ভৱনত আহি আৱেদন কৰিব পাৰিব ।

05/06/2026

সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ঘোষণা কৰা ৪৮ ঘন্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ কাৰ্যসূচী অহা ৬ জুন তাৰিখেও থাকিব বাহাল।
Borah Palindra
Joykanta Moran

এই প্ৰতিবাদ ভূমিপুত্ৰ মৰাণ আৰু মটক জনগোষ্ঠীক ৰাজনৈতিক ভাৱে হিমন্ত বিশ্ব শৰ্মাই হত‍্যা কৰিব বিচৰাৰ বিৰুদ্ধে। Himanta Bisw...
05/06/2026

এই প্ৰতিবাদ ভূমিপুত্ৰ মৰাণ আৰু মটক জনগোষ্ঠীক ৰাজনৈতিক ভাৱে হিমন্ত বিশ্ব শৰ্মাই হত‍্যা কৰিব বিচৰাৰ বিৰুদ্ধে।

Himanta Biswa Sarma
Borah Palindra
Joykanta Moran

Himanta Biswa SarmaBorah PalindraJoykanta Moran
04/06/2026

Himanta Biswa Sarma
Borah Palindra
Joykanta Moran

কাইলৈ পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা মৰাণ আৰু মটক জনগোষ্ঠীয় সংঠনৰ

কৰ্মপথ-১.০DON'T MISS THIS OPPORTUNITY!Are you a Moran youth looking to build skills, secure employment, and create a bri...
02/06/2026

কৰ্মপথ-১.০
DON'T MISS THIS OPPORTUNITY!

Are you a Moran youth looking to build skills, secure employment, and create a brighter future?
The All Moran Students' Union (AMSU) invites eligible candidates to enrol in KARMAPATH 1.0 – Skill Development Enrolment & Career Opportunity Programme.
✅ FREE Skill Training
✅ Industry-Relevant Courses
✅ Career-Oriented Learning
✅ Limited Seats Available

Thousands of youth dream of opportunities. Today, the opportunity is knocking at your door.

Applications are filling up fast. Delay may result in losing your chance.

Venue: Bodousa Bhawan, Tinsukia Training: 6th & 7th June, 2026
Apply today. Invest two days to transform your future.
🚀 Skills Today, Success Tomorrow!

Address

Tinsukia
TINSUKIA

Alerts

Be the first to know and let us send you an email when All Moran Students' Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to All Moran Students' Union:

Shortcuts

Share