ভাৰতীয় জনতা ৰেলৱে কন্টেকচোৱেল মজদুৰ সংঘ - Bjrcms Assam

  • Home
  • India
  • Tinsukia
  • ভাৰতীয় জনতা ৰেলৱে কন্টেকচোৱেল মজদুৰ সংঘ - Bjrcms Assam

ভাৰতীয় জনতা ৰেলৱে কন্টেকচোৱেল মজদুৰ সংঘ - Bjrcms Assam Jo har badha ko korta he dur...uska naam hai mozdoor

যোৱা ৮ September আমিনগাঁৱত অনুষ্ঠিত  ৰাজ্যিক চতুৰ্থ কাৰ্যনিৰ্বাহক সভা, যুৱ বিকাশ কেন্দ্ৰ (Guwahati)কিছু দৃশ্য...
11/09/2024

যোৱা ৮ September আমিনগাঁৱত অনুষ্ঠিত ৰাজ্যিক চতুৰ্থ কাৰ্যনিৰ্বাহক সভা, যুৱ বিকাশ কেন্দ্ৰ (Guwahati)কিছু দৃশ্য...

03/09/2024
শ্ৰদ্ধাৰ শ্ৰমিক বন্ধুসকল,প্ৰথমতে আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছো। যোৱা সোমবাৰে(০৮/০৪/২০২৪ ) ভাৰতীয় জনতা ৰেলৱে কণ্ট্ৰে...
10/04/2024

শ্ৰদ্ধাৰ শ্ৰমিক বন্ধুসকল,প্ৰথমতে আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছো। যোৱা সোমবাৰে(০৮/০৪/২০২৪ ) ভাৰতীয় জনতা ৰেলৱে কণ্ট্ৰেকচোৱেল মজদুৰ সংঘ অসমৰ ২য় কাৰ্যনিবাহক সভা ডিব্ৰুগড় বাণীপুৰত আটকধুনিয়াকৈ হৈ যাই।
উক্ত সভা খন ভাৰতীয় জনতা মজদুৰ সংঘৰ( অসম) BJMS প্রভাৰী শ্ৰী বিকাশ বৰদলৈ ডাঙৰীয়া, ভাৰতীয় জনতা ৰেলৱে কন্টেকচোৱেল মজদুৰ সংঘৰ
(BJRCMS ) সভাপতি শ্ৰী মন্টু মাল ডাঙৰীয়াৰ উপস্থিতিত সুকলমে হয়।
সভাখনত সম্পাদক- মিঠুৰাজ খামতাই, সাধাৰণ সম্পাদক - ধ্ৰুবাজ্যোতি হাজৰিকা,কাৰ্যকৰী সভাপতি- যোগেশ বড়া ,,উপ-সভাপতি - হিমাংশু ৰাজকোঁৱৰৰ নেতৃত্বত সম্পন্ন হয়।
জয় BJRCMS.(জয় BJMS)

The first executive meeting of BJRCMS Assam  18/02/2024 was held successfully in Simoluguri,
21/02/2024

The first executive meeting of BJRCMS Assam 18/02/2024 was held successfully in Simoluguri,

20/02/2024

সকলো শ্ৰমিক সতীৰ্থৰ সৰ্বাংঙ্গীন উন্নয়ণ,আৰু সকলোৱে পাবলগীয়া ন্যায় পাপ্ত অধিকাৰ সাব্যস্ত কৰি সদাই সংগঠিত হৈ থকাই আমাৰ সংগঠণৰ একমাত্ৰ লক্ষ্য আৰু উদেশ্য। 🪷BJRCMS N.F.R🚆 LONG LIVE ।জয় আই অসম, ভাৰত মাতা কি জয়।🙏🙏

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when ভাৰতীয় জনতা ৰেলৱে কন্টেকচোৱেল মজদুৰ সংঘ - Bjrcms Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category