Orunodoi Environment Conservation Society

Orunodoi Environment  Conservation Society official pace Orunodoi environment conservation Society of assam

official page of Assam environment conservation Association office of assam
অসমৰ বিভিন্ন জিলাত "অসম পৰিৱেশ সংৰক্ষণ সংস্থা" জিলা সমিতি গঠন কৰিব বিচৰা হৈছে। ইচ্ছুক ব্যক্তি সকলে আমাৰ লগত সম্পৰ্ক কৰক।
আমাৰ লক্ষ্য আৰু উদ্দেশ্য তলত দিয়া হল --
1/ পৰিৱেশ আৰু জন সংযোজন কৰা যেন...
ক/ গছপুলি ৰোপণ
খ/ গছপুলি সংৰক্ষণ
গ/ জীৱজন্তু সংৰক্ষণ
ঘ/ আলোচনাচক্ৰ
ঙ/ সজাগতা সভা
চ/ বহনক্ষম উন্নয়ন ইত্যাদি।


2/ প্ৰদূষণমুক্ত অসম প্ৰতিস্থা কৰা ।
3/ শিশু আৰু মহিলা সৱলীকাৰণ ।
4/ শিক্ষা তথা সাক্ষৰত হাৰ বৃদ্ধি কৰা।
5/ কৃষি উন্নয়ন কৰা।
6/ দুৰ্নীতি মুক্ত অসম গঢ়া দিয়া।
7/ স্বাস্থ্য
8/ ব্যক্তিৰ প্ৰতিভা বিকাশত সহায় কৰা ।
9/ শ্ৰমিকৰ উন্নয়ন কৰা।
10/ প্ৰশাসনৰ লগত মিলি কাম কৰা ।
11/ গ্ৰাম্য উন্নয়নৰ বাবে কাম কৰা ।
12/ সন্ৰাস মুক্ত অসম গঢ়া ইত্যাদি।

Orunodoi environment conservation society উদ্যোগত মা আৰু দেউতা নামত পৰিৱেশ সুৰক্ষা বাবে ঘৰে ঘৰে গছ পুলি ৰোপন অভিযান আৰম্...
17/08/2024

Orunodoi environment conservation society উদ্যোগত মা আৰু দেউতা নামত পৰিৱেশ সুৰক্ষা বাবে ঘৰে ঘৰে গছ পুলি ৰোপন অভিযান আৰম্ভ কৰা হয়।
Bipul Khanikar

অতি সোনকালৰ পৰা উক্ত অভিযান আৰম্ভ কৰা হব।Bipul Khanikar  #সজাগহওঁকসচেতনহওঁকআৰুসুৰক্ষিতহৈথাকক
31/07/2024

অতি সোনকালৰ পৰা
উক্ত অভিযান আৰম্ভ
কৰা হব।
Bipul Khanikar
#সজাগহওঁকসচেতনহওঁকআৰুসুৰক্ষিতহৈথাকক

গছ থাকিলেহে, মানুহ থাকিব ।Orunodoi environment conservation society ৰ মাননীয় সভাপতি বিপুল খনিকাৰে শিমলু পুলি ৰোপণ কৰা অগ...
22/05/2024

গছ থাকিলেহে, মানুহ থাকিব ।
Orunodoi environment conservation society ৰ মাননীয় সভাপতি বিপুল খনিকাৰে শিমলু পুলি ৰোপণ কৰা অগ মুহূৰ্ত।

বনাঞ্চল বাবে4.0Bipul Khanikar
08/05/2024

বনাঞ্চল বাবে
4.0
Bipul Khanikar

আজি AECA মাননীয় সভাপতি বিপুল খনিকৰে কামৰূপ মহানগৰ মাননীয় উপায়ুক্ত মহোদয় লগত "অসম পৰিৱেশ সংৰক্ষণ সংস্থা"ৰ কৰিব লগীয়া কামৰ...
05/09/2023

আজি AECA মাননীয় সভাপতি বিপুল খনিকৰে কামৰূপ মহানগৰ মাননীয় উপায়ুক্ত মহোদয় লগত "অসম পৰিৱেশ সংৰক্ষণ সংস্থা"ৰ কৰিব লগীয়া কামৰ বিষয়ে আলোচনা কৰে ।
Bipul Khanikar

31/07/2023

কেনেকৈ জীৱনত সফল হব পাৰি।

Address

Tinsukia
786157

Alerts

Be the first to know and let us send you an email when Orunodoi Environment Conservation Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Orunodoi Environment Conservation Society:

Share