পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা

  • Home
  • India
  • Tinsukia
  • পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা

পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা নিষ্ঠা আৰু সততাৰে অসম মাতৃৰ প্ৰতি সদায় দায়বদ্ধ
জয় আই অসম

18/03/2026

পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰুৱাহোলা শাখা ছাত্ৰ সন্থাৰ আতিথ্যত বিহু নাচ কৰ্মশালা।
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Utpal Sarma
Samiran Phukon
Samar Gohain
Jitendra Chutia
Protim Neog
Konseng Gogoi
@

পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ ষষ্ঠ বাৰ্ষিক বিহু নাচ কৰ্মশালাAll Assam Students' Union - AASUUtpal SarmaSamiran PhukonSam...
26/02/2026

পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ ষষ্ঠ বাৰ্ষিক বিহু নাচ কৰ্মশালা
All Assam Students' Union - AASU
Utpal Sarma
Samiran Phukon
Samar Gohain
Jitendra Chutia
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Protim Neog
Konseng Gogoi

08/02/2026

মটক যুৱ মহোৎসৱৰ যুৱ সদনত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ বক্তব্যৰ কিছু অংশ।

পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰুৱাহোলা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত পদ্য-পাঠ, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অ...
12/12/2025

পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰুৱাহোলা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত পদ্য-পাঠ, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
Utpal Sarma
Samiran Phukon
Samar Gohain
Jitendra Chutia
Protim Neog
Konseng Gogoi
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা

পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান।   অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পা...
31/07/2025

পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰ জ্যোতি গোহাঁই ডাঙৰীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ জিতেন্দ্ৰ চুতীয়া । তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতিম নেওগ সাধাৰণ সম্পাদক কনচেং গগৈ, উপদেষ্টা বিতু ডেকা।
এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় নৱনিৰ্বাচিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ জিতেন্দ্ৰ চুতীয়া আৰু অসম চৰকাৰৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ ৰাজ্যিক বঁটা প্ৰাপক যগেশ্বৰ চেতিয়া ডাঙৰীয়াক।

৩০/০৭/২০২৫

আজি ১০ জুন, 'ছাত্ৰ সংহতি দিৱস'   ১৯৭৪ চনত সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অৰ্থনৈতিক দুৰৱস্থা, কৃত্ৰিম অনাটনে স...
10/06/2025

আজি ১০ জুন, 'ছাত্ৰ সংহতি দিৱস'

১৯৭৪ চনত সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অৰ্থনৈতিক দুৰৱস্থা, কৃত্ৰিম অনাটনে সৃষ্টি কৰা খাদ্য সংকটৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছিল এই আন্দোলনত গজেন ইংতি আৰু পুতুল শ‌ইকীয়া দুই ছাত্ৰই ছহিদবৰণ কৰিছিল। তেতিয়াৰে পৰা ১০ জুন তাৰিখে সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছে।

আজিৰ এই দিনটোত ছহিদদ্বয়লৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালোঁ।

।।পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা।।

26/04/2025

জন্মু-কাশ্মীৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা ২৮ জনকৈ নিৰীহ লোকৰ হত্যালীলাৰ প্ৰতিবাদত এই সন্ত্ৰাসবাদৰ কাৰ্যক প...
25/04/2025

জন্মু-কাশ্মীৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা ২৮ জনকৈ নিৰীহ লোকৰ হত্যালীলাৰ প্ৰতিবাদত এই সন্ত্ৰাসবাদৰ কাৰ্যক পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাই দেৱাল লিখন আৰু দেৱাল অংকৰৰ যোগেদি প্ৰতিবাদ সাব্যস্ত কৰে।
Utpal Sarma
Samiran Phukon
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা

বিহুৰ বতৰ সৰ্বত্ৰে উচাহ, আনন্দৰ পৰিৱেশ। তথাপিও সকলোৰে বাবে সমান নহয় বিহুৰ আনন্দ। ফটোত দেখা আই গৰাকী অসম আন্দোলনৰ শ্বহীদ ...
14/04/2025

বিহুৰ বতৰ সৰ্বত্ৰে উচাহ, আনন্দৰ পৰিৱেশ। তথাপিও সকলোৰে বাবে সমান নহয় বিহুৰ আনন্দ। ফটোত দেখা আই গৰাকী অসম আন্দোলনৰ শ্বহীদ মুনীন্দ্ৰ গোঁহাইৰ ধৰ্মপত্নী। জাতিৰ হকে সৰ্বোচ্চ দিয়া গোহাঁই ডাঙৰীয়াৰ অবৰ্তমানত তিনিচুকীয়াৰ পানীতোলা,লাইপুলি গাঁৱৰ ঘৰখনত আইগৰাকী আজি অতবছৰে অকলেই আছে। বিহুৰ বতৰত তেওঁৰ আশীৰ্বাদ ল’বলৈ সতীৰ্থ সকলৰ সৈতে যোৱাকালি তেওঁলোকৰ ঘৰত উপস্থিত হৈছিলোঁ । আদৰেৰে লৈ যোৱা সামান্য উপহাৰ খিনি আইয়ে গ্ৰহণ কৰি আমাক আশীৰ্বাদ দিয়ে।

Address

Panitola Bordubi Road Near Panitola Boys Higher Secondary School
Tinsukia
786183

Opening Hours

Monday 8am - 8pm
Tuesday 8am - 8pm
Wednesday 8am - 8pm
Thursday 8am - 8pm
Friday 8am - 8pm
Saturday 8am - 8pm
Sunday 8am - 8pm

Website

Alerts

Be the first to know and let us send you an email when পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share