Prantika Model CLF - Itakhuli

Prantika Model CLF - Itakhuli Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Prantika Model CLF - Itakhuli, Community Center, Tinsukia.

Permanently closed.
Today,  an Annual General Meeting of Prantika Primary co-operative society limited under BMMU Itakhuli was being held in...
27/09/2024

Today, an Annual General Meeting of Prantika Primary co-operative society limited under BMMU Itakhuli was being held in presence of DFE- NF, Branch manager of AGVB Digboi, SeSTA officials & other dignities. During the meeting sanction letter was distributed to 3 nos of SHG, total amounting of Rs.25,00,000 /- and 2 nos of individual loan of total amounting Rs. 3,20,000/- ...!

াজ্যিক_গ্ৰামীণ_জীৱিকা_অভিযান

#ইটাখুলি_তিনিচুকীয়া

আজি আপোনালোকৰ সকলোৰে সহযোগিতাৰ লগতে আশীৰ্বাদত আমাৰ প্ৰান্তিকা সামূহিক প্ৰশিক্ষণ কেন্দ্ৰটোৱে (CMTC) তিনিবছৰত ভৰি দিলেহি। ...
21/09/2024

আজি আপোনালোকৰ সকলোৰে সহযোগিতাৰ লগতে আশীৰ্বাদত আমাৰ প্ৰান্তিকা সামূহিক প্ৰশিক্ষণ কেন্দ্ৰটোৱে (CMTC) তিনিবছৰত ভৰি দিলেহি। এই শুভ ক্ষণত চলি থকা প্ৰশিক্ষণৰ (GRC) মাজতেই চাহ বিৰতিত অনুস্থূপিয়াকৈ হলেও CMTC ব্যৱস্থাপনা সমিতিৰ সদস্যাৰ যোগেদি ৰাষ্ট্ৰীয় সমল ব্যক্তি মহোদয়া, ৰাজ্যিক সমল ব্যক্তি মহোদয়, জিলা প্ৰকল্প প্ৰৱন্ধক মহোদয়ৰ লগতে অন্যান্য বিষয়ববীয়া ও ৬ খন জিলাৰ প্ৰশিক্ষণাৰ্থীৰ উপস্থিতিত উদযাপন কৰা হয়...!
#প্ৰান্তিকা

াজ্যিক_গ্ৰামীণ_জীৱিকা_অভিযান

#ইটাখুলি_তিনিচুকীয়া

প্ৰান্তিকাৰ চিএমটিচিত জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ২৯  আগষ্ট, ২০২৪ত তিনিচুকীয়া জিলাৰ ২১ˢᵗ পশ...
29/08/2024

প্ৰান্তিকাৰ চিএমটিচিত জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ২৯ আগষ্ট, ২০২৪ত তিনিচুকীয়া জিলাৰ ২১ˢᵗ পশুধন লোকপিয়লৰ গণনাকাৰীৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী সম্পৰ্কে চলি থকা এদিনীয়া প্ৰশিক্ষণ।

প্ৰান্তিকা MCLF ৰ CMTCত যোৱা ২৭ আৰু ২৮ আগষ্ট, ২০২৪ তাৰিখে আদৰণি মণ্ডল পৰ্যায়ৰ সংগঠনৰ EC সদস্য সকলৰ দুদিনীয়া CLF ব্যৱস্থা...
29/08/2024

প্ৰান্তিকা MCLF ৰ CMTCত যোৱা ২৭ আৰু ২৮ আগষ্ট, ২০২৪ তাৰিখে আদৰণি মণ্ডল পৰ্যায়ৰ সংগঠনৰ EC সদস্য সকলৰ দুদিনীয়া CLF ব্যৱস্থাপনা প্ৰশিক্ষণ অনুষ্ঠিত হয়। উক্ত প্ৰশিক্ষণ চেষ্টা (SeSTA) দ্বাৰা আয়োজন কৰা হয় Axis Bank Foundtation ৰ PRIDE প্ৰকল্পৰ অধীনত।

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Prantika Model CLF - Itakhuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share