All Assam Matak Yuba Chatra Sanmilan

Directions

All Assam Matak Yuba Chatra Sanmilan ন্যায্য প্ৰাপ্তিৰ হকে সংগ্ৰামৰ এক অবিৰত যাত্ৰা জয়তু মটক যুৱ-ছাত্ৰ সন্মিলন

গোলাঘাট জিলা সৰুপথাৰত সদৌ অসম চুতীয়া ছাত্র সন্থা একবিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত  সদৌ অসম মটক...
11/09/2026

গোলাঘাট জিলা সৰুপথাৰত সদৌ অসম চুতীয়া ছাত্র সন্থা একবিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি স্বৰূপ গোহাঁই, উপ সভাপতি প্ৰশান্ত চেতিয়া,দিব্যজ্যোতি বৰুৱা ,সহকাৰী সম্পাদক উজ্জ্বল গোহাঁই আৰু কমলদ্বীপ বৰুৱা, সাংস্কৃতিক সম্পাদক মিন্টু বৰচেতিয়া আৰু সাংগঠনিক সম্পাদক মখেশ্বৰ গগৈ সৈতে উপস্থিত থকা হয়।
All Assam Matak Yuba Chatra Sanmilan
Swarup Gohain

11/09/2026

আজি গোলাঘাটৰ সৰুপথাৰ ত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু সাংস্কৃতিক সমাৰোহত শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়াৰ শুভেচ্ছা মূলক মন্তব্যৰ একাংশ।
All Assam Matak Yuba Chatra Sanmilan
Swarup Gohain

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ বৰুৱাহোলা আঞ্চলিক সমিতিৰ 'কাৰ্যালয়' মটক জনগোষ্ঠীৰ এককালীন বিশেষ উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্...
07/09/2026

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ বৰুৱাহোলা আঞ্চলিক সমিতিৰ 'কাৰ্যালয়' মটক জনগোষ্ঠীৰ এককালীন বিশেষ উন্নয়ন পুঁজিৰ দ্বাৰা নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়।
উপস্থিত থাকে মটক স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ শ্ৰীযুত সৰোজ গোঁহাই দেৱ, উপাধ্যক্ষ দেৱঋষি চেতিয়া দেৱ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বৰূপ গোহাঁই দেৱ, সাধাৰণ সম্পাদক অমলেন্দু ফুকন দেৱৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়া, তিনিচুকীয়া জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সম্পাদক দিপাংকৰ চেতিয়া দেৱৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া আৰু বৰুৱাহোলা আঞ্চলিক সমিতিৰ বিষয়ববীয়া।
Ranjit S Gohain
Swarup Gohain
Adv Amar Phukan

"জ্ঞানৰ পোহৰে আমাৰ জীৱন আলোকিত কৰা প্ৰতিগৰাকী সন্মানীয় শিক্ষক -শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ শুভেচ্ছা আৰু প্ৰণাম"।💐🙏Ranji...
05/09/2026

"জ্ঞানৰ পোহৰে আমাৰ জীৱন আলোকিত কৰা প্ৰতিগৰাকী সন্মানীয় শিক্ষক -শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ শুভেচ্ছা আৰু প্ৰণাম"।💐🙏
Ranjit S Gohain
Swarup Gohain
Adv Amar Phukan

03/09/2026

ডিব্ৰুগড়ৰ পলিট্ৰেকনিকেলত উপস্থিত হৈ সদৌ অসম মটক যুৱ -ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বৰূপ গোঁহাইৰ প্ৰতিক্ৰিয়া।
Swarup Gohain

03/09/2026
১৯৬৫ চনত লাহোৱালত স্থাপিত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পলিটেকনিক খন টিংখাঙত নতুনকৈ নিৰ্মাণ কৰা ভৱনলৈ স্থানান্তৰিত কৰিব খোজা চৰ...
03/09/2026

১৯৬৫ চনত লাহোৱালত স্থাপিত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পলিটেকনিক খন টিংখাঙত নতুনকৈ নিৰ্মাণ কৰা ভৱনলৈ স্থানান্তৰিত কৰিব খোজা চৰকাৰী সিদ্ধান্তৰ সদৌ অসম মটক যুৱ- ছাত্ৰ সন্মিলনে তীব্ৰ বিৰোধিতা কৰিছোঁ।
এই সন্দৰ্ভত আজি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদককে ধৰি এটা প্ৰতিনিধি দলে ডিব্ৰুগড় পলিটেকনিকৰ বৰ্তমানৰ অধ্যক্ষ মহোদয়ৰ স্পষ্টীকৰণ সন্দৰ্ভত এক আলোচনাত মিলিত হওঁ ।

জয় আই অসম
সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন
Ranjit S Gohain
Swarup Gohain
Adv Amar Phukan

আজি ভাদ মাহৰ পৱিত্ৰ ক্ষণত প্ৰাণৰ গুৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী। যি জনে নাম-ঘোষা, ভটিমা আৰু বৰগীতেৰে অসমীয়...
01/09/2026

আজি ভাদ মাহৰ পৱিত্ৰ ক্ষণত প্ৰাণৰ গুৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্ম জয়ন্তী। যি জনে নাম-ঘোষা, ভটিমা আৰু বৰগীতেৰে অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধি থৈ গ'ল। তেখেতৰ ভক্তিৰ আদৰ্শই আজিও আমাক পথ দেখুৱাই আছে। গুৰুজনাৰ চৰণত শতকোটি প্ৰণাম জনাইছোঁ। সকলোকে জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ।

Ranjit S Gohain
Swarup Gohain
Adv Amar Phukan

সদৌ অসম মটক মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী, মটক জনগোষ্ঠীৰ অগ্ৰণী নেত্ৰী প্ৰতিভা নেওগ ডাঙৰীয়ানীৰ বিয়োগৰ বাতৰিয়ে আমাক ...
31/08/2026

সদৌ অসম মটক মহিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী, মটক জনগোষ্ঠীৰ অগ্ৰণী নেত্ৰী প্ৰতিভা নেওগ ডাঙৰীয়ানীৰ বিয়োগৰ বাতৰিয়ে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে।
আজি সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ হৈ তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কেন্দ্ৰীয় সমিতিৰ অমলেন্দু ফুকন, সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা উপ-সভাপতি,দুৰ্জয় বৰুৱা সহকাৰী সম্পাদক, সৌমাৰজ্যোতি গগৈ শিক্ষা সম্পাদক, সত্যজিৎ খাউণ্ড কোষাধ্যক্ষ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাঞ্জল বৰপাত্ৰ গোহাঁই সভাপতি, দিপাংকৰ চেতিয়া সম্পাদক লগতে জিলা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল।

এই শোকৰ মুহূৰ্তত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Ranjit S Gohain
Swarup Gohain
Adv Amar Phukan
All Assam Matak Yuba Chatra Sanmilan

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ একত্ৰিংশতিতম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ 'শপত গ্ৰহণ ,দায়িত্বভাৰ অৰ্পণ আৰু গ্ৰহণ অনুষ্ঠানৰ  ক...
30/08/2026

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ একত্ৰিংশতিতম কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ 'শপত গ্ৰহণ ,দায়িত্বভাৰ অৰ্পণ আৰু গ্ৰহণ অনুষ্ঠানৰ কিছু মূহূৰ্ত।

Address

Sarbananda Singha Nagar, Borguri
Tinsukia
786126

Website

Alerts

Be the first to know and let us send you an email when All Assam Matak Yuba Chatra Sanmilan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share