03/08/2024
আগন্তুক অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE)-ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ বাবে সদৌ মৰাণ ছাত্ৰ সন্থা, কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত লিখিত পৰীক্ষাৰ প্ৰস্তুতিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । গতিকে ইচ্ছুক পৰীক্ষাৰ্থী সকলক তলত দিয়া লিংকত গৈ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনালোঁ
উক্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।
An Initiative by All Moran Student's Union, Kakopather Regional Committee.