12/08/2025
আজি অনুষ্ঠিত হোৱা তিনিচুকীয়া মহাবিদ্যালয় "আছু" গোটৰ প্ৰতিনিধি সভাত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভাঃসভাপতি কৃষ্ণকান্ত গোহাঁই ভাঃসাধাৰন সম্পাদক সীমান্ত শইকীয়া লগত উপস্থিত থাকে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উপ - সভাপতি সুৰজ চেত্ৰী ডাঙৰীয়া। উক্ত সভাত সৰ্ব সন্মতি ক্ৰমে মায়ংক ডেকাক সভাপতি আৰু অমন ৰাওক সাধাৰণ সম্পাদক হিচাপে লৈ ১১০ জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়। নৱগঠিত সমিতি খনলৈ আমাৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো লগতে আগন্তুক দিনবোৰত তিনিচুকীয়া মহাবিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ হকে কাম কৰি যাবলৈ আছু গোটক আহ্বান জনাইছোঁ।
।। জয় আই অসম ।।
All Assam Students' Union - AASU
সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা
Tinsukia Regional Students Union
Samar Gohain
Protim Neog
kongseng Gogoi
Suraj Chetry