প্ৰগতি : উন্নয়নৰ দিশত এখোজ

  • Home
  • India
  • Tinsukia
  • প্ৰগতি : উন্নয়নৰ দিশত এখোজ

প্ৰগতি : উন্নয়নৰ দিশত এখোজ সমাজৰ কল্যাণৰ বাবে জন্ম হোৱা এটা বেচৰকাৰী সংস্থা

Pragati Foundation, in collaboration with the Lakhipathar Regional Committee of the All Assam Gorkha Students’ Union (AA...
25/04/2026

Pragati Foundation, in collaboration with the Lakhipathar Regional Committee of the All Assam Gorkha Students’ Union (AAGSU) and the Senior Citizens’ Association of Lakhipathar, successfully organized the “Special Felicitation Ceremony” in 2026. The event was held to honour students from the greater Lakhipathar area who successfully passed the High School Leaving Examination.
It was a proud initiative to celebrate their dedication and achievements. We extend our heartfelt congratulations to all the meritorious students and wish them a bright and successful academic future.

Small Steps, Big Impact ! 5 Years of Dedication.
22/07/2025

Small Steps, Big Impact !
5 Years of Dedication.

01/01/2025

সকলোকে প্ৰগতি ফাউণ্ডেছন তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।
Happy New Year
2025

আমাৰ প্ৰগতি ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক সদস্য তথা শিক্ষা সম্পাদক প্ৰিয় ৰঞ্জন ভৰালীয়ে ভাৰতীয় সেনাৰ CRPF ত নিযুক্তি লাভ কৰি আ...
15/12/2024

আমাৰ প্ৰগতি ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক সদস্য তথা শিক্ষা সম্পাদক প্ৰিয় ৰঞ্জন ভৰালীয়ে ভাৰতীয় সেনাৰ CRPF ত নিযুক্তি লাভ কৰি আমাৰ বাবে সুখৰ বাৰ্তা কঢিয়াই লৈ আহিছে।
সেই গতিকে আমি তেখেতৰ বাসগৃহত উপস্থিত হৈ প্ৰগতি ফাউণ্ডেছনৰ তৰফৰ পৰা উষ্ম অভিনন্দন জ্ঞাপন কৰাৰ লগতে সম্বৰ্ধনা ও শুভেচ্ছা জ্ঞাপন কৰোঁ।

ধন্যবাদ সহকাৰে -
প্ৰগতি ফাউণ্ডেছন : প্ৰগতিৰ দিশত এখোজ
Ranjan Bhandari

অসমীয়া প্ৰতিদিন, আমাৰ অসম, অসম বাৰ্তা আৰু पूर्वाञ्चल प्रहरी আদি বাতৰি কাকতত আমাৰ প্ৰগতি ফাউণ্ডেছনৰ বৃক্ষ ৰোপণ কাৰ্য্যসূ...
13/12/2024

অসমীয়া প্ৰতিদিন, আমাৰ অসম, অসম বাৰ্তা আৰু पूर्वाञ्चल प्रहरी আদি বাতৰি কাকতত আমাৰ প্ৰগতি ফাউণ্ডেছনৰ বৃক্ষ ৰোপণ কাৰ্য্যসূচীক বহলভাৱে সম্প্ৰচাৰ।
ধন্যবাদ।
আহক আমি সকলো মিলি, আমাৰ ধৰণিখন আৰু অধিক সেউজীয়া আৰু সুন্দৰ কৰি তুলো ।

প্ৰগতি ফাউণ্ডেছনৰ উদ্যোগত তথা অসমীয়া সাহিত্য জগতৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ উপস্থিতিত লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চলত...
10/12/2024

প্ৰগতি ফাউণ্ডেছনৰ উদ্যোগত তথা অসমীয়া সাহিত্য জগতৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনৰ উপস্থিতিত লক্ষীপথাৰ সংৰক্ষিত বনাঞ্চলত বনৰীয়া জীৱ - জন্তুৰ বাবে ফলমূলৰ বৃক্ষ ৰোপণ কাৰ্যসূচীৰ সফল সমাপন।
সকলোৰে শুভেচ্ছা আৰু সহযোগৰ বাবে পুনৰ ধন্যবাদ জনালোঁ ।

Address

Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when প্ৰগতি : উন্নয়নৰ দিশত এখোজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share