ফিল'বাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থা

  • Home
  • India
  • Tinsukia
  • ফিল'বাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থা

ফিল'বাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থা জাতীয় চেতনাৰে জাগ্ৰত আমি ডেকা ল'ৰা...

28/06/2026
সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদ ফিল'বাৰী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্...
10/06/2026

সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদ ফিল'বাৰী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত ২০২৫-২৬ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃৰ্তি ছাত্ৰ- ছাত্ৰীসকলক 'অভিনন্দন অনুষ্ঠান' ৰ প্ৰথমটো দিনৰ কাৰ্যসূচী ৰতনিপথাৰ গাঁওৰ কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা হয় ।
ফিল'বাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থা
Dhanjit Moran
Gonoraj Kashogoyian
মাধূৰ্য্য মৰাণ
Monuj Moran

সদৌ মৰাণ ছাত্ৰ সন্থা ফি:আ:স: পৰা প্ৰতিনিধিত্ব কৰি পুনৰ অসম মৰাণ সভাৰ বুঢ়ীদিহিং আঞ্চলিক সমিতিৰ সবল নেতৃত্ব পোৱা সন্মানীয় ...
19/04/2026

সদৌ মৰাণ ছাত্ৰ সন্থা ফি:আ:স: পৰা প্ৰতিনিধিত্ব কৰি পুনৰ অসম মৰাণ সভাৰ বুঢ়ীদিহিং আঞ্চলিক সমিতিৰ সবল নেতৃত্ব পোৱা সন্মানীয় সভাপতি/সম্পাদক তথা নৱ সমিতি খনলৈ শুভেচ্ছাৰ জনাইছো।

সদৌ মৰাণ ছাত্ৰ সন্থা,কাকপথাৰ আঞ্চলিক সমিতিৰ নৱ নিৰ্বাচিত  সভাপতি ৰাজীৱ মৰাণ আৰু সাধাৰণ সম্পাদক লক্ষ্যজিত মৰাণ তথা সমূহ ব...
25/12/2025

সদৌ মৰাণ ছাত্ৰ সন্থা,কাকপথাৰ আঞ্চলিক সমিতিৰ নৱ নিৰ্বাচিত সভাপতি ৰাজীৱ মৰাণ আৰু সাধাৰণ সম্পাদক লক্ষ্যজিত মৰাণ তথা সমূহ বিষয়ববীয়ালৈ ফিল'বাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ ।

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when ফিল'বাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share