বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ

  • Home
  • India
  • Tinsukia
  • বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ শৈক্ষিক, ক্ৰীড়া, সাংস্কৃতিক, সামাজিক আদি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ হকে অবিৰত যাত্ৰা

04/12/2025

৩ ডিচেম্বৰৰ খেল।
বাঘজান বনাম দুলীয়াজান, ২-০

তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ সৌজন্যত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্...
20/11/2025

তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ সৌজন্যত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বাঘজান অঞ্চলৰ সমূহ দল-সংগঠন, ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ খেলপথাৰত পঞ্চম বাৰ্ষিক আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা-২০২৫ ইং ০২ ডিচেম্বৰৰ পৰা ০৯ ডিচেম্বৰলৈকে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। সকলোৰে উপস্থিতি, সহায়-সহযোগিতা কামনা কৰিলোঁ।

Tinsukia District Sports Association

সদ্য ঘোষিত ADRE (তৃতীয় বৰ্গত) উত্তীৰ্ণ বিতুপন মৰাণ, বুলবুল গোহাঁই, অসম আৰক্ষীৰ কনিষ্টবল (AB) পদত কবীন্দ্ৰ নাথ ফুকন আৰু ট...
11/10/2025

সদ্য ঘোষিত ADRE (তৃতীয় বৰ্গত) উত্তীৰ্ণ বিতুপন মৰাণ, বুলবুল গোহাঁই, অসম আৰক্ষীৰ কনিষ্টবল (AB) পদত কবীন্দ্ৰ নাথ ফুকন আৰু টিংকুল মৰাণলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। 💐💐

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ

যোৱা ৯-১১ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়া...
14/09/2025

যোৱা ৯-১১ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত ৩৫ সংখ্যক আন্তঃজিলা জুডো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বাঘজান গাঁৱৰ খগেন মৰাণৰ অনামিকা (জ্যেষ্ঠ) আৰু ভৱানি মৰাণক বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা সাক্ষাৎ কৰি অভিনন্দন জনোৱাৰ লগতে বাহৰেইনত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় ৩য় এছিয়ান যুৱ খেল জুডো চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হোৱা ভৱানি মৰাণক শুভেচ্ছা আৰু ১ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। উল্লেখ্য যে ২২-৩১ অক্টোবৰত বাহৰেইনত অনুষ্ঠিত হ'বলগীয়া ৩য় এছিয়ান যুৱ খেল জুডো চেম্পিয়নশ্বিপত মাইনাছ ৫৭ শাখাত খেলিব ভৱানি মৰাণে। অসমৰ পৰা একমাত্ৰ তাইয়েই অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে। এই মূহুৰ্তত উপদেষ্টাত্ৰয় ক্ৰমে যতীন চেতিয়া, সত্যজিৎ মৰাণ, পাপুল গগৈ, মিলনজ্যোতি যুৱ সংঘৰ সভাপতি তিলক নেওগ সাধাৰণ সম্পাদক জিন্টু হাজৰিকা, ক্ৰীড়া সম্পাদক লোকনাথ বড়া আৰু প্ৰচাৰ সম্পাদক খিৰাজ বড়া উপস্থিত থাকে।

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ
Tinsukia District Sports Association
Tinsukia District Administration
Nandita Gorlosa Himanta Biswa Sarma Sarbananda Sonowal

কাইলৈ অৰ্থাৎ ২৭ মে'ত অভিশপ্ত দিনটোৰ পাঁচবছৰ সম্পূৰ্ণ হ'ব। সকলোৰে সহযোগিতা একান্তই কামনা কৰিলোঁ।বাঘজান গাঁও মিলনজ্যোতি যু...
26/05/2025

কাইলৈ অৰ্থাৎ ২৭ মে'ত অভিশপ্ত দিনটোৰ পাঁচবছৰ সম্পূৰ্ণ হ'ব। সকলোৰে সহযোগিতা একান্তই কামনা কৰিলোঁ।

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ

সকলোৰে সহায়-সহযোগিতা, দিহা-পৰামৰ্শ একান্তই কামনা কৰিলোঁ।বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ
21/05/2025

সকলোৰে সহায়-সহযোগিতা, দিহা-পৰামৰ্শ একান্তই কামনা কৰিলোঁ।

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ

২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ বাঘজান গাঁও মিলনজ্...
12/02/2025

২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ সমূহ পৰীক্ষাৰ্থীলৈ বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ তৰফৰ পৰা যাচিলোঁ আন্তৰিক শুভকামনা।

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ
22/01/2025

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ
22/01/2025

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ

জুডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত মহাৰাষ্ট্ৰ জুডো এছ'চিয়েছন এণ্ড ইন্সপাইআৰ ইনষ্টিটিউট অৱ স্পৰ্টছৰ উদ্যোগত ১৯-২০ জান...
21/01/2025

জুডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত মহাৰাষ্ট্ৰ জুডো এছ'চিয়েছন এণ্ড ইন্সপাইআৰ ইনষ্টিটিউট অৱ স্পৰ্টছৰ উদ্যোগত ১৯-২০ জানুৱাৰীত মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ছাব জুনিয়ৰ এণ্ড কেডেটছ নেশ্বনেল জুডো চেম্পিয়নশ্বিপছ ২০২৪-২৫ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৫৭ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱৰ খগেন মৰাণৰ কন্যা ভৱানী মৰাণক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 💐💐

বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ

খেল উপভোগ কৰিবলৈ সকলোকে আমন্ত্ৰণ জনালোঁ। Tinsukia District Sports Association বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ Oil India L...
22/11/2024

খেল উপভোগ কৰিবলৈ সকলোকে আমন্ত্ৰণ জনালোঁ।

Tinsukia District Sports Association
বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ
Oil India Limited

14/11/2024

Address

Tinsukia
786151

Website

Alerts

Be the first to know and let us send you an email when বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ:

Share