𝐀𝐁𝐕𝐏 𝐓𝐢𝐧𝐬𝐮𝐤𝐢𝐚 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭

  • Home
  • India
  • Tinsukia
  • 𝐀𝐁𝐕𝐏 𝐓𝐢𝐧𝐬𝐮𝐤𝐢𝐚 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭
Directions Website

𝐀𝐁𝐕𝐏 𝐓𝐢𝐧𝐬𝐮𝐤𝐢𝐚 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭
Official page Of Akhil Bhartiya Vidyarthi Parishad (ABVP), Tinsukia District - The World's Largest Student Organization

22/08/2026

Be a part of the change! 🚩

The ABVP Tinsukia District Membership Drive 2026 is here! Join us, connect with the student community, and be a part of the journey towards a stronger and better nation. 🇮🇳

Join ABVP. Join the movement. 🚩

21/08/2026
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কাকপথাৰ শাখা ২০২৬–২৭ বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে গঠন কৰা হয়।এই শাখাৰ সভাপতি হিচাপে শ্ৰী ৰা...
19/08/2026

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কাকপথাৰ শাখা ২০২৬–২৭ বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে গঠন কৰা হয়।

এই শাখাৰ সভাপতি হিচাপে শ্ৰী ৰাজকুমাৰ দহতীয়া ডাঙৰীয়া আৰু সম্পাদক হিচাপে শ্ৰী নয়নমণি সন্দিকৈ ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হয়।

নৱগঠিত শাখাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, তিনিচুকীয়া জিলাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। 🇮🇳

ছাত্ৰশক্তি — ৰাষ্ট্ৰশক্তি।

17/08/2026

সেৱাই পৰম ধৰ্ম🙏🏼

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু Students For Sewa (SFS), তিনিচুকীয়া নগৰ শাখাৰ উদ্যোগত শিৱধামত স্বচ্ছতা অভিযান চলোৱা হয়।

স্বাধীনতাৰ ৮০ সংখ্যক দিৱসৰ পৱিত্ৰ ক্ষণত দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। 🇮🇳তেওঁ...
15/08/2026

স্বাধীনতাৰ ৮০ সংখ্যক দিৱসৰ পৱিত্ৰ ক্ষণত দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। 🇮🇳

তেওঁলোকৰ ত্যাগ আৰু আদৰ্শক সাৰোগত কৰি এখন শক্তিশালী, স্বাৱলম্বী আৰু ঐক্যবদ্ধ ভাৰত গঢ়াৰ সংকল্প লওঁ আহক।

জয় হিন্দ! 🇮🇳
বন্দে মাতৰম্!

Join ABVP and be a part of the journey towards a stronger and brighter India! 🇮🇳
13/08/2026

Join ABVP and be a part of the journey towards a stronger and brighter India! 🇮🇳

10/08/2026

ABVP Tinsukia District Stands in Solidarity!

ABVP Tinsukia District, Assam, extends its full support to the ongoing protest in Jharkhand demanding fairness, transparency, accountability, and justice.

We stand with every genuine and democratic voice seeking a fair and transparent process. ✊

Justice • Transparency • Accountability

#

Join ABVP Membership Drive!Be a voice for students. Be a part of the change. 🇮🇳Join ABVP. Join the movement!📲 Scan the Q...
08/08/2026

Join ABVP Membership Drive!

Be a voice for students. Be a part of the change. 🇮🇳
Join ABVP. Join the movement!

📲 Scan the QR code above and join the official ABVP TINSUKIA group!

07/08/2026

𝐀𝐁𝐕𝐏 𝐌𝐄𝐌𝐁𝐄𝐑𝐒𝐇𝐈𝐏 𝐃𝐑𝐈𝐕𝐄 𝟐𝟎𝟐𝟔-𝟐𝟕 🚩

Be a part of the world's largest student organization. Together, let's work for student welfare, leadership, and nation-building.
Join ABVP today and become the voice of positive change!

-27 m

Address

Tinsukia
786125

Alerts

Be the first to know and let us send you an email when 𝐀𝐁𝐕𝐏 𝐓𝐢𝐧𝐬𝐮𝐤𝐢𝐚 𝐃𝐢𝐬𝐭𝐫𝐢𝐜𝐭 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share