28/08/2025
আজি তৈল ক্ষেত্ৰ বেচৰকাৰী কৰ্মচাৰী সংস্থা তিনিচুকীয়া জিলাৰ পৰা আমাৰ ইউনিয়নৰ পঞ্জীয়নভুক্ত অভিজ্ঞ শ্ৰমিক সকলৰ bio data সমূহ নতুন কৈ নিবিদা পোৱা Oil MMC workover ৰ rig teck কোম্পানিটোত দিয়া হৈছিল কিন্তু আমি আজি বহু দিন অপেক্ষা কৰি দেখিলোঁ যে দুই এজনৰ বাহিৰে কাকো অইল ইণ্ডিয়াৰ বাচনি পৰীক্ষালে নামাতিলে সেইয়ে আজি oil inida RLC ,HOD OGPS OIL,CGM,HRR OIL আৰু ED (P) বিভাগত আমাৰ এই সমস্যা সমাধান কৰি দিবৰ বাবে সংস্থাৰ তৰফৰ পৰা প্ৰতিলিপি প্ৰেৰণ কৰোঁ।