03/03/2026
সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ অন্তৰ্গত শ্ৰীপাণি আঞ্চলিক সমিতিৰ উদ্যোগত এইবাৰ ইজিৰি ইবাঁ বিচ্চু দলে ৰঙালী বিহুৰ উপলক্ষে আপোনালোকৰ ঘৰ-চোতাল আৰু মঞ্চত বিহু প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে।
আমাৰ মূল উদ্দেশ্য হৈছে শ্ৰীপাণি আঞ্চলিক দেউৰী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় নিৰ্মাণ কৰা আৰু অঞ্চলটোত এখন কম্পিউটাৰ শিক্ষাকেন্দ্ৰৰ লগতে পুথিভঁৰাল স্থাপন কৰা, যাতে আমাৰ ছাত্ৰ-যুৱক-যুৱতীসকল উপকৃত হয় আৰু আগন্তুক দিনত উন্নয়নৰ পথত আগুৱাই যাব পাৰে।
সেয়েহে, এই মহৎ প্ৰচেষ্টাত আপোনালোকৰ সহযোগিতা আৰু মৰম-আশীৰ্বাদ আন্তৰিকভাৱে কামনা কৰিলোঁ। আপোনালোকৰ ঘৰ-চোতালত অথবা বিহু মঞ্চত বিহু অনুষ্ঠান আয়োজন কৰিব বিচাৰিলে আমাৰ সৈতে যোগাযোগ কৰে যেন।
যোগাযোগ নং
দিউক দেউৰী:- 9101712755
ৰিম্পী দেউৰী:- 6002473385
দিপক দেউৰী:-9365484734
আপোনালোকৰ সহায়-সহযোগিতাই আমাৰ সংগঠনক অধিক শক্তিশালী কৰি তুলিব বুলি আমি দৃঢ় বিশ্বাস কৰোঁ।
AADSU - All Assam Deori Students' Union
Deori Autonomous Council - DAC
Ranoj Pegu
Himanta Biswa Sarma
Jimosanya LIVE
Prashanta Deori
Tapan Deori
Bhaskar Deori
Sripani Aadsu
Aadsu Majuli
AADSU - Sivasagar District
AADSU :-Jorhat District
All Dibrugarh District Deori Students' Union - AADSU
Aadsu Sadiya
বৰডুমচা দেউৰী আঞ্চলিক ছাত্ৰ সন্থা Bordumsa deori anchalik students union
Diuk Ariyo
Bhoirab Deori