13/08/2026
৫০ শতাংশ Discount নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি লাগে।
ডি এইচ ই (DHE) ঘেৰাও
সম্পূৰ্ণ চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীত শান্তিপূৰ্ণ প্ৰতিবাদ
তাৰিখ: ১৭ আগষ্ট, সোমবাৰ
সময়: দিনৰ ১২ বজা
স্থান: উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত, কাহিলীপাৰা