Edupur Foundation

Edupur Foundation Edupur Foundation is an NGO registered under Govt. of India working in the field Education, Social Awareness, Women & Child Development and many more.

13/12/2025

📍 RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰ

১৩ ডিচেম্বৰ ২০২৫ তাৰিখে চাৰিদুৱাৰত ৩ দিনীয়া জৰুৰীকালীন ব্যৱস্থাপনা প্রস্তুতি কাৰ্যসূচীৰ অন্তিম দিনত মক ড্ৰিল (যুদ্ধৰ আখৰা) সফলতাৰে অনুষ্ঠিত হয়। DDMA শোণিতপুৰে ASDMA-ৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সমাজভিত্তিক দুৰ্যোগ প্ৰস্তুতি আৰু তৃণমূল প্ৰতিক্ৰিয়া ব্যৱস্থা শক্তিশালী কৰা।
Circle Emergency Operation Centre (CEOC), চাৰিদুৱাৰ ৰাজহ চক্ৰ

#দুৰ্যোগপ্ৰস্তুতি #চাৰিদুৱাৰ #শোণিতপুৰ

📍RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰ চাৰিদুৱাৰত ১৩ ডিচেম্বৰ ২০২৫ তাৰিখে ৩ দিনীয়া জৰুৰীকালীন ব্যৱস্থাপনা প্রস্তুতি কাৰ্যস...
13/12/2025

📍RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰ

চাৰিদুৱাৰত ১৩ ডিচেম্বৰ ২০২৫ তাৰিখে ৩ দিনীয়া জৰুৰীকালীন ব্যৱস্থাপনা প্রস্তুতি কাৰ্যসূচীৰ অন্তিম দিনত মক ড্ৰিল (যুদ্ধৰ আখৰা) সফলতাৰে অনুষ্ঠিত হয়। DDMA শোণিতপুৰে ASDMA-ৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীত বিভিন্ন বিভাগ, প্ৰতিক্ৰিয়া সংস্থা, স্বেচ্ছাসেৱক আৰু স্থানীয় অংশীদাৰসকলৰ সক্ৰিয় অংশগ্ৰহণ দেখা যায়। সমাজভিত্তিক দুৰ্যোগ প্ৰস্তুতি আৰু তৃণমূল প্ৰতিক্ৰিয়া ব্যৱস্থা শক্তিশালী কৰাই এই উদ্যোগৰ মূল লক্ষ্য।

#দুৰ্যোগপ্ৰস্তুতি #চাৰিদুৱাৰ #শোণিতপুৰ

📍RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰ চাৰিদুৱাৰত ১২ ডিচেম্বৰ ২০২৫ তাৰিখে ৩ দিনীয়া  জৰুৰীকালীন ব্যৱস্থাপনা প্রস্তুতি । RC-...
13/12/2025

📍RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰ

চাৰিদুৱাৰত ১২ ডিচেম্বৰ ২০২৫ তাৰিখে ৩ দিনীয়া জৰুৰীকালীন ব্যৱস্থাপনা প্রস্তুতি । RC-EMEx 2025 সফলভাৱে আৰম্ভ হয়। DDMA শোণিতপুৰে ASDMA-ৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীত বিভিন্ন বিভাগ, প্ৰতিক্ৰিয়া সংস্থা, স্বেচ্ছাসেৱক আৰু স্থানীয় অংশীদাৰসকলৰ সক্ৰিয় অংশগ্ৰহণ দেখা যায়।

এই প্রস্তুতি লক্ষ্য হৈছে সমাজভিত্তিক দুৰ্যোগ প্ৰস্তুতি আৰু তৃণমূল স্তৰত প্ৰতিক্ৰিয়া ব্যৱস্থা শক্তিশালী কৰা।

#দুৰ্যোগপ্ৰস্তুতি #চাৰিদুৱাৰ #শোণিতপুৰ

📍 RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰচাৰিদুৱাৰ ৰাজহ চক্ৰৰ ৩ দিনীয়া আপৎকালীন ব্যৱস্থাপনা মহড়া (RC-EMEx 2025)ৰ শুভ উদ্বোধ...
13/12/2025

📍 RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰ

চাৰিদুৱাৰ ৰাজহ চক্ৰৰ ৩ দিনীয়া আপৎকালীন ব্যৱস্থাপনা মহড়া (RC-EMEx 2025)ৰ শুভ উদ্বোধন ১২ ডিচেম্বৰ ২০২৫ তাৰিখে চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত অনুষ্ঠিত হয়। এই কাৰ্যসূচী DDMA, শোণিতপুৰে ASDMA-ৰ সহযোগত আয়োজন কৰিছে।

উদ্বোধনী অনুষ্ঠানৰ পিছত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ সম্পদ ব্যক্তিসকলৰ দ্বাৰা বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়, য’ত বিভিন্ন চৰকাৰী বিভাগ, প্ৰতিক্ৰিয়া সংস্থা, স্বেচ্ছাসেৱক আৰু স্থানীয় অংশীদাৰসকলৰ সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা যায়।

কাৰ্যসূচীত শোণিতপুৰ জিলাৰ মাননীয় উপায়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস, CDC বৰছলা-সহ-CEO, DDMA শ্ৰী কমল বৰুৱা, চাৰিদুৱাৰ চক্ৰ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

এই মহড়াৰ লক্ষ্য হৈছে সমাজভিত্তিক দুৰ্যোগ প্ৰস্তুতি বৃদ্ধি কৰা আৰু তৃণমূল স্তৰত শক্তিশালী প্ৰতিক্ৰিয়া ব্যৱস্থা গঢ়ি তোলা।

#দুৰ্যোগপ্ৰস্তুতি #চাৰিদুৱাৰ #শোণিতপুৰ

📍 1st Day RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰচাৰিদুৱাৰ ৰাজহ চক্ৰৰ ৩ দিনীয়া ৰাজহ চক্ৰ আপৎকালীন ব্যৱস্থাপনা মহড়া (RC-EMEx...
13/12/2025

📍 1st Day RC-EMEx 2025 | চাৰিদুৱাৰ ৰাজহ চক্ৰ

চাৰিদুৱাৰ ৰাজহ চক্ৰৰ ৩ দিনীয়া ৰাজহ চক্ৰ আপৎকালীন ব্যৱস্থাপনা মহড়া (RC-EMEx 2025)ৰ শুভ উদ্বোধন ১১ ডিচেম্বৰ ২০২৫ তাৰিখে চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত অনুষ্ঠিত হয়। এই কাৰ্যসূচীখন জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA), শোণিতপুৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ সহযোগত আয়োজন কৰিছে।

উদ্বোধনী কাৰ্যসূচীৰ পিছত চাৰিদুৱাৰৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ সম্পদ ব্যক্তিসকলৰ দ্বাৰা চাৰিটা বিশেষ প্রশিক্ষণ মডিউল অনুষ্ঠিত কৰা হয়। এই প্রশিক্ষণত CDMC/CLTF সদস্যসকল, SDRF, অগ্নিনিৰ্বাপক আৰু আপৎকালীন সেৱাৰ বিষয়া-কৰ্মচাৰীসকল আৰু PWRD, PHED, মহিলা আৰু শিশু বিকাশ বিভাগ, SSA, পশুপালন বিভাগ, APDCL, ৰঙাপৰা পৌৰসভা ব’ৰ্ড, সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগৰ লগতে ASHA কৰ্মী, আংগনৱাড়ী কৰ্মী, স্বেচ্ছাসেৱক, এনজিঅ’, LRA, গাঁও প্ৰধান আৰু অন্যান্য অংশীদাৰসকলৰ সক্ৰিয় অংশগ্ৰহণ লক্ষ্য কৰা যায়।

প্ৰশিক্ষণ কাৰ্যসূচীত শোণিতপুৰ জিলাৰ মাননীয় উপায়ুক্ত শ্ৰী আনন্দ কুমাৰ দাস উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলৰ সৈতে মতবিনিময় কৰে। তদুপৰি CDC বৰচল্লা-সহ-CEO, DDMA শোণিতপুৰ শ্ৰী কমল বৰুৱা, চাৰিদুৱাৰ চক্ৰ বিষয়া, চক্ৰ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল, জনপ্ৰতিনিধিসকল, প্ৰতিক্ৰিয়া সংস্থাসমূহ আৰু অন্যান্য বিশিষ্ট স্থানীয় গণ্যমান্য ব্যক্তিসকলেও উদ্বোধনী দিনটোত উপস্থিত থাকে।

এই তিনিদিনীয়া মহড়াৰ মুখ্য লক্ষ্য হৈছে সমাজভিত্তিক সজাগতা আৰু প্ৰস্তুতি বৃদ্ধি কৰা, বিভিন্ন সংস্থাৰ মাজত সমন্বয় সুদৃঢ় কৰা আৰু তৃণমূল স্তৰত এক শক্তিশালী আৰু স্থিতিস্থাপক দুৰ্যোগ প্ৰতিক্ৰিয়া ব্যৱস্থা গঢ়ি তোলা।

#দুৰ্যোগপ্ৰস্তুতি #সমাজস্থিতিস্থাপকতা #চাৰিদুৱাৰ #শোণিতপুৰ #আপৎকালীনব্যৱস্থাপনা #ক্ষমতাবৃদ্ধি

CMO Assam | মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা
শ্ৰী কেশৱ মহন্ত
ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ভাৰত
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)
তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসম
জনসংযোগ, শোণিতপুৰ
শোণিতপুৰ আৰক্ষী

Zonal Exhibition of Career Courses 2025 organised by Office of the Deputy Director of Employment upper Assam Zone, Jorha...
09/12/2025

Zonal Exhibition of Career Courses 2025 organised by Office of the Deputy Director of Employment upper Assam Zone, Jorhat under Director of Employment and Craftsmen Training, Govt. of Assam (Skill Employment & Entrepreneurship Department)

Venue: - ITI College, Jorhat

Entrepreneurship Skill Development Programme on "Computer Basics " Organised by Branch MSME-DFO, Tezpur in Association w...
02/12/2025

Entrepreneurship Skill Development Programme on "Computer Basics " Organised by Branch MSME-DFO, Tezpur in Association with Edupur Foundation, Tezpur

Entrepreneurship Awareness Programme (EAP)..Jointly Organised by Branch MSME-DFO, TEZPUR and Tangla College,  UdalguriDa...
28/11/2025

Entrepreneurship Awareness Programme (EAP)..Jointly Organised by Branch MSME-DFO, TEZPUR and Tangla College, Udalguri

Date :- 27-11-2025

Career Counselling Programme 2025, Hatisingimari
24/11/2025

Career Counselling Programme 2025, Hatisingimari

Address

Tribeni Complex
Tezpur
784001

Alerts

Be the first to know and let us send you an email when Edupur Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Edupur Foundation:

Share