Eight Brothers Social Welfare Society

Eight Brothers Social Welfare Society March towards a better tomorrow....

29/07/2026

Adoption : The Loving Choice 💝
আপুনি সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে এটি সন্তান তুলি লব খোজে নেকি?

আমি Eight Brothers Social Welfare Society য়ে আপোনাক সহায় কৰিবলৈ সদায়ে সাজু।

Adoption ৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ :
১) স্বামী স্ত্ৰীৰ জন্মৰ প্ৰমাণপত্ৰ।
২) বিবাহৰ পঞ্জীয়ন পত্ৰ।
৩) পঞ্জীয়নকৃত ডাক্তৰৰ দ্বাৰা সু- স্বাস্থ্যৰ প্ৰমাণপত্ৰ।
৪) পৰিয়ালৰ অন্য সদস্যৰ অনুমতি ।
৫) বছৰি আয়ৰ প্ৰমাণপত্ৰ।
৬) ফোন নম্বৰ আৰু Email I'd।
৭)বিচ্ছেদিত পিতৃ মাতৃ হ'লে বিবাহ বিচ্ছেদৰ প্ৰমাণপত্ৰ।
৮) স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ।
৯) পেন কাৰ্ড
১০) পূৰ্বৰ সন্তান থাকিলে তেনে সন্তানৰ সন্মতি পত্ৰ।
১১) স্বামী স্ত্ৰী ৰ দুখন এলবাম ছাইজ ফটো।

আগ্ৰহী সকলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব।

আমাৰ ঠিকনা:
Eight Brothers Social welfare Society
মূঢ়াতেতেলি, (ৰূপম পেট্ৰল পাম্পৰ সমীপত) তেজপুৰ, শোণিতপুৰ,অসম-784001
যোগাযোগ নং = +91 91011 73548/ +91 70990 05561

23/07/2026

আপুনি সম্পূর্ণ আইনী প্ৰক্ৰিয়াৰে এটি সন্তান তুলি লব খোজে নেকি?

আমাৰ ঠিকনা:
Eight Brothers Social welfare Society
মূঢ়াতেতেলি, (ৰূপম পেট্রল পাম্পৰ সমীপত) তেজপুৰ,শোণিতপুৰ, অসম-784001
যোগাযোগ নং = +91 9101173548/+9170990 05561

19/05/2026

"Your Donation Today Can Bring a Smile To a Child Tomorrow "

24/04/2026

🌼 क्या आप एक बच्चे को गोद लेने के बारे में सोच रहे हैं? ❤️
एक बच्चे को प्यार भरा घर देने की इस खूबसूरत यात्रा की शुरुआत सही पंजीकरण प्रक्रिया से करें।

यह एक नेक कदम है, जो न केवल एक बच्चे का भविष्य संवारता है, बल्कि आपके जीवन को भी खुशियों से भर देता है।

अधिक जानकारी और मार्गदर्शन के लिए संपर्क करें:
📞 9101173548 / 7099005561

✨ आइए, मिलकर किसी के जीवन में खुशियों की रोशनी बनें… ✨

12/04/2026

Looking to adopt a child? ❤️
Follow the proper registration procedure to begin your journey of giving a child a loving home...

For more information and guidance, please contact: 📞 9101173548 / 7099005561

06/04/2026

Adoption : The Loving Choice 💝
আপুনি সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে এটি সন্তান তুলি লব খোজে নেকি?

আমি Eight Brothers Social Welfare Society য়ে আপোনাক সহায় কৰিবলৈ সদায়ে সাজু।

Adoption ৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ :
১) স্বামী স্ত্ৰীৰ জন্মৰ প্ৰমাণপত্ৰ।
২) বিবাহৰ পঞ্জীয়ন পত্ৰ।
৩) পঞ্জীয়নকৃত ডাক্তৰৰ দ্বাৰা সু- স্বাস্থ্যৰ প্ৰমাণপত্ৰ।
৪) পৰিয়ালৰ অন্য সদস্যৰ অনুমতি ।
৫) বছৰি আয়ৰ প্ৰমাণপত্ৰ।
৬) ফোন নম্বৰ আৰু Email I'd।
৭)বিচ্ছেদিত পিতৃ মাতৃ হ'লে বিবাহ বিচ্ছেদৰ প্ৰমাণপত্ৰ।
৮) স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ।
৯) পেন কাৰ্ড
১০) পূৰ্বৰ সন্তান থাকিলে তেনে সন্তানৰ সন্মতি পত্ৰ।
১১) স্বামী স্ত্ৰী ৰ দুখন এলবাম ছাইজ ফটো।

আগ্ৰহী সকলে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব।

আমাৰ ঠিকনা:
Eight Brothers Social welfare Society
মূঢ়াতেতেলি, (ৰূপম পেট্ৰল পাম্পৰ সমীপত) তেজপুৰ, শোণিতপুৰ,অসম-784001
যোগাযোগ নং = +91 91011 73548/ +91 70990 05561

Crafting in progress: Brass & Bell Metal training.
11/12/2025

Crafting in progress: Brass & Bell Metal training.

Address

Murhateteli Near Rupam Petrol Pump Tezpur
Tezpur
784001

Alerts

Be the first to know and let us send you an email when Eight Brothers Social Welfare Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Eight Brothers Social Welfare Society:

Shortcuts

Share