19/09/2025
বাৰু কেইদিন মানৰ বাবে rest লোৱা, এটাই অনুৰোধ কৰিম দাদা, আকৌ যেন তোমাৰ এই নিজ হাতে গঢ়া সোণৰ অসমত জন্ম লৈ বেছি দিনৰ বাবে আহা। কৈছিলা নহয় তুমি ধেৰ কাম কৰিব আছে বুলি, এইবাৰ অলপ বেছিকৈ আয়ুস লৈ আহিবা শক্তিশালী বীৰ পুৰুষ হৈ অসমী আইৰ কোলা ওপচাবলৈ 🙏❤️
অপেক্ষা কৰিম দাদা🥹😞