01/08/2026
উদণ্ড ব’লবম যাত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী আৰু ভক্তপ্ৰাণ ৰাইজলৈ অনুৰোধ।
উচ্চস্বৰৰ শব্দ ব্যৱহাৰৰ পৰা বিৰত থাকি DJ সংস্কৃতি পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে, বানাক্ৰান্ত ৰাইজৰ প্ৰতি সহমৰ্মিতা আৰু সন্মান প্ৰদৰ্শন কৰি সমাজৰ প্ৰতি দায়িত্বশীল আৰু সচেতন নাগৰিক হিচাপে নিজকে পৰিচয় দিবলৈ সকলোকে আহ্বান জনাইছোঁ।
শোণিতপুৰ জিলা ছাত্ৰ সন্থা