Social Development Organization or Sarvodaya

Social Development Organization or Sarvodaya This is the offcial SM page of SDO.

৭৫ তম স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ।
15/08/2022

৭৫ তম স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ।

আজি বিশ্ব পৰিবেশ দিৱস বা বিশ্ব পাৰিপাৰ্শ্বিক দিৱস। এই কথা সকলোৱে জানে। এই কথা পুনৰবাৰ আপোনালোকক কোৱাৰ প্ৰয়োজন নাই  বুলি...
05/06/2022

আজি বিশ্ব পৰিবেশ দিৱস বা বিশ্ব পাৰিপাৰ্শ্বিক দিৱস। এই কথা সকলোৱে জানে। এই কথা পুনৰবাৰ আপোনালোকক কোৱাৰ প্ৰয়োজন নাই বুলি আমি ভাবো।
কিন্তু আপোনালোকে এই দিৱসটি পালন কৰাৰ উদ্দেশ্য টো জানেনে ?

পৰিবেশ সুৰক্ষা কৰাই এই দিৱসৰ মূল উদ্দেশ্য।
পৰিবেশ অসুৰক্ষিত হব পৰা সকলো কামৰ পৰা আমি বিৰত থাকি পৰিবেশ সুৰক্ষিত হোৱা কাম কৰিব লাগে। যেনে
গছ পুলি ৰুৱা । কাৰণ গছ এবিধ প্ৰকৃতিৰ এনে দান যিয়ে এই সমস্ত পৃথিৱী সুৰক্ষিত কৰি ৰাখিব পাৰে।

কাৰণ গছ থাকিলে হে মানুহ জীয়াই থাকিব।

সামাজিক বিকাশ সংস্থা সৰ্বোদয়

মাতৃ দিৱসৰ শুভেচ্ছাৰে......
08/05/2022

মাতৃ দিৱসৰ শুভেচ্ছাৰে......

Address

Tezpur
784001

Alerts

Be the first to know and let us send you an email when Social Development Organization or Sarvodaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Social Development Organization or Sarvodaya:

Share