Darrang College AASU Unit

Darrang College AASU Unit Official page of Darrang College AASU Unit.

*নতুন দায়িত্ব, নতুন সংকল্প!* ✊দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি-সম্পাদকলৈ হিয়াভৰা অভিনন্দন।উজ্জ্বল...
24/08/2026

*নতুন দায়িত্ব, নতুন সংকল্প!* ✊

দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ নৱ-নিৰ্বাচিত সভাপতি-সম্পাদকলৈ হিয়াভৰা অভিনন্দন।

উজ্জ্বল কলিতা - সভাপতি
কুন্দন কলিতা - সাধাৰণ সম্পাদক

আপোনালোকৰ নেতৃত্বত ছাত্ৰ শক্তি আৰু অধিক শক্তিশালী হওঁক।

📌A meeting was held between the Darrang College AASU Unit and respected Principal Sir of Darrang College regarding the o...
24/07/2026

📌A meeting was held between the Darrang College AASU Unit and respected Principal Sir of Darrang College regarding the ongoing concerns and confusion related to the recent fee hike, the FYUGP course structure, infrastructure, and other student-related issues.

During the meeting, the concerns raised by students were discussed in detail. The college authorities listened to the issues and provided clarifications on several points. Discussions were held with the aim of addressing students' doubts and ensuring better communication between the administration and the student community.

Further updates will be shared after detailed discussions and official decisions. Students are requested to remain calm, rely only on verified information, and continue supporting constructive dialogue.

Darrang College AASU Unit

মহাবিদ্যালয় সমূহত ষাণ্মাসিকৰ নামভৰ্তিৰ মাচুলৰ অস্বাভাবিক বৃদ্ধি আৰু Backlog/NC থকা ছাত্র-ছাত্রীৰ বিনামূলীয়া নামভৰ্তি ক...
23/07/2026

মহাবিদ্যালয় সমূহত ষাণ্মাসিকৰ নামভৰ্তিৰ মাচুলৰ অস্বাভাবিক বৃদ্ধি আৰু Backlog/NC থকা ছাত্র-ছাত্রীৰ বিনামূলীয়া নামভৰ্তি কৰ্তনৰ বিৰুদ্ধে”
“অৱস্থান ধৰ্মঘট”

📍দিনাংক: ২৪ জুলাই, ২০২৪ (শুক্রবাৰ)

আহক, সকলোৱে মিলি সহায়ৰ হাত আগবঢ়াই এজন আনজনৰ কাষত থিয় দিওঁ!ধন্যবাদেৰে-দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাতেজপুৰ মহাবিদ্যালয়...
22/07/2026

আহক, সকলোৱে মিলি সহায়ৰ হাত আগবঢ়াই এজন আনজনৰ কাষত থিয় দিওঁ!

ধন্যবাদেৰে-
দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থা
তেজপুৰ মহাবিদ্যালয় গোট ছাত্ৰ সন্থা

মত, চিন্তা আৰু আদৰ্শৰ প্ৰশ্ন বা পাৰ্থ‍ক‍্যক একাষৰীয়া কৰিলে এই কথা সকলোৱে স্বীকাৰ কৰিব যে ছোনম ৱাংচুক যিটো বিষয়ক লৈ অনশনত...
18/07/2026

মত, চিন্তা আৰু আদৰ্শৰ প্ৰশ্ন বা পাৰ্থ‍ক‍্যক একাষৰীয়া কৰিলে এই কথা সকলোৱে স্বীকাৰ কৰিব যে ছোনম ৱাংচুক যিটো বিষয়ক লৈ অনশনত বহিছে সেই বিষয় দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ‍্যতৰ সৈতে জড়িত।

ছোনম ৱাংচুকৰ অহিংস, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি ছাত্ৰ সন্থাই ১৯ জুলাই তাৰিখে ৰাজ‍্যজুৰি মম্‌শিখা প্ৰজ্বালন কাৰ্যসূচী ৰূপায়ণ কৰিব।

আমাৰ স্পষ্ট দাবী - আলোচনাৰ মাধ‍্যমেৰে চৰকাৰে বিষয়টোৰ সমাধানসূত্ৰ বাহিৰ কৰক। দেশৰ জনসাধাৰণে, ছাত্ৰ সন্থাই নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ‍্যত বিচাৰে। অহিংস, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰ শ্ৰদ্ধাশীল হওক, আলোচনাৰ দুৱাৰ মুকলি কৰক।

📌Your silence changes nothing, Your presence does.Stand together. Stand for justice. Be there.
18/07/2026

📌Your silence changes nothing,
Your presence does.
Stand together. Stand for justice.
Be there.

দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আন্তঃ ক্ৰীড়া সম্পাদক পলক গগৈৰ অকাল মৃত্যুত দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থা গভীৰভাৱে ম...
14/07/2026

দৰং মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আন্তঃ ক্ৰীড়া সম্পাদক পলক গগৈৰ অকাল মৃত্যুত দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থা গভীৰভাৱে মৰ্মাহত।

দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰয়াত পলক গগৈৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু মহাবিদ্যালয় পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হ’ল।

ওঁম শান্তি

*Important Notice | AASU Unit, Darrang College*📢 *Spot Admission, FYUGP 2026-27*Darrang College  has announced spot admi...
12/06/2026

*Important Notice | AASU Unit, Darrang College*

📢 *Spot Admission, FYUGP 2026-27*

Darrang College has announced spot admission for vacant seats on *15th, 16th & 17th June, 2026* from 9:30 AM to 4:30 PM.

*Admission Venues:*
- Arts: College Auditorium
- Science: NEC Building, Ground Floor
- Commerce: Alumni Gallery
- BCA & Biotechnology: Commerce 44

*Key Points:*
1. Admission on merit basis in assigned window periods.
2. Carry Samarth Application Form + Class XII marksheet photocopy. Write total of best 5 subjects + percentage on the form.
3. Original documents must be produced for verification.
4. Only cash payment will be accepted.
5. For Fees Waiver: Ration card required. For OBC: NCL certificate required.

*Fees:*
Arts/Commerce: ₹7180 | Science: ₹7480 | http://B.Sc. Biotechnology: ₹22,000 | BCA/Community Science/Psychology etc: ₹12,000

*NCC/NSS/Sports/Quota admission:* 15th June, 10 AM to 11 AM.

For queries: 8721892698, 7002056502,


📌 2nd Merit List Cutoffs are out for Darrang College
09/06/2026

📌 2nd Merit List Cutoffs are out for Darrang College

Address

Tezpur
784150

Website

Alerts

Be the first to know and let us send you an email when Darrang College AASU Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share