Axomia Babaxayee Unnayan Parishad অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ

  • Home
  • India
  • Tezpur
  • Axomia Babaxayee Unnayan Parishad অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ

Axomia Babaxayee Unnayan Parishad অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ To uplift Assamese Business Community

আজি ২০/০৪/২০২৬ তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ এটি বাতৰি৷
20/04/2026

আজি ২০/০৪/২০২৬ তাৰিখে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ এটি বাতৰি৷

অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ কাৰ্য্যালয় মাটিত আজি চাফচিকুণ কৰাৰ লগতে বিহু বুলি সকলোৱে পিঠাপনাৰ আৰু চাহ একাপ খোৱা হয়৷
19/04/2026

অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ কাৰ্য্যালয় মাটিত আজি চাফচিকুণ কৰাৰ লগতে বিহু বুলি সকলোৱে পিঠাপনাৰ আৰু চাহ একাপ খোৱা হয়৷

আজি এটা ভাল খৱৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদে তেজপুৰ চহৰত এটা ব্যৱসায়িক কেন্দ্ৰ গঢ়ি তুলিবলৈ চৰকাৰৰ পৰা ১৮ লেচা মাটি অনুম...
26/03/2026

আজি এটা ভাল খৱৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদে তেজপুৰ চহৰত এটা ব্যৱসায়িক কেন্দ্ৰ গঢ়ি তুলিবলৈ চৰকাৰৰ পৰা ১৮ লেচা মাটি অনুমোদন পোৱাত থলুৱা ব্যৱসায়ী সকলে নিজৰ কষ্টৰ উপাৰ্জনৰ ধনেৰে ৫৪০,০০০ টকা অসম চৰকাৰৰ ৰাজহ বিভাগত ইং: ২৬/৩/২০২৬ তাৰিখে জমা দিয়া হয় য’ত নেকি অসমীয়া ব্যৱসায়ী সকলে নিজৰ চিন্তা ধাৰণাৰে এটি বাণিজ্য কেন্দ্ৰ গঢ়ি তুলিব য’ত অসমীয়া সমাজত অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ চেষ্টা কৰিব৷

১৯ চেপ্তেম্বৰত ২৫ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ আৰু NACCI ৰ সদস্য সকল লগত...
06/10/2025

১৯ চেপ্তেম্বৰত ২৫ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ আৰু NACCI ৰ সদস্য সকল লগতে তেজপুৰ সমূহ ব্যৱসায়ী সকলৰ উদ্যোগত ১৬ দিনত ৪ অক্টোবৰ২৫ তাৰিখে তেজপুৰ কে.চি.ৰোডত আমাৰ মহান শিল্পী গৰাকী আত্মাই চিৰ শান্তি লাভ কৰে তাৰ বাবে এক নামপ্ৰসংগ কৰা হয়৷

05/10/2025
19/09/2025

অসমৰ মহান শিল্পী ৺ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ তৰফৰ পৰা সদস্য সকলৰ ব্যৱসায় বাণিজ্য বন্ধ কৰি শিল্পী গৰাকীৰ প্ৰতি সন্মান জনাবলৈ অনুৰোধ জনালোঁ৷

আজি অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ কাৰ্যলয় বাবে অসম চৰকাৰে তেজপুৰ চহৰত এডোখৰ মাটি আৱন্টন দিয়া বাবে চৰকাৰী  মাটিৰ মূল্যৰ ৫...
07/09/2025

আজি অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ কাৰ্যলয় বাবে অসম চৰকাৰে তেজপুৰ চহৰত এডোখৰ মাটি আৱন্টন দিয়া বাবে চৰকাৰী মাটিৰ মূল্যৰ ৫০% দিব লাগিব ৷গতিকে আজি ৭/৯/২০২৫ তাৰিখে বিশেষ সভাৰ আয়োজন কৰা হয়৷

বিশ্ব পৰিবেশ উপলক্ষে ৫/৬/২০২৫ তাৰিখে অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ সদস্য সকলৰ দ্বাৰা চাফচিকুণ কৰা হয় জি.এন.বি. ৰোড তেজপু...
07/06/2025

বিশ্ব পৰিবেশ উপলক্ষে ৫/৬/২০২৫ তাৰিখে অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ সদস্য সকলৰ দ্বাৰা চাফচিকুণ কৰা হয় জি.এন.বি. ৰোড তেজপুৰ৷

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৫/৬/২০২৫ তাৰিখে অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ সদস্য সকল আৰু (godrej appliances) মেৰ্চাচ সুৰভিৰ...
05/06/2025

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৫/৬/২০২৫ তাৰিখে অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ সদস্য সকল আৰু (godrej appliances) মেৰ্চাচ সুৰভিৰ কৰ্মকৰ্তা সকলৰ সহযোগিতাত জি.এন.ৰোড তেজপুৰত পুৱা ৬:৩০ বজাৰ পৰা ৮ বজালৈ চাফচিকুণ কাৰ্য্যসুচী হাতত লোৱা হয়৷

Address

Tezpur
784001

Telephone

+919613418906

Website

Alerts

Be the first to know and let us send you an email when Axomia Babaxayee Unnayan Parishad অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share