02/09/2026
চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ
নৱ নিযুক্ত অধ্যক্ষ ড' বিনয়ব্ৰত ৰাজখোৱা ছাৰলৈ শুভেচ্ছা আৰু অভিনন্দন জনালো। অনাগত দিনত ছাৰৰ নেতৃত্বত মহাবিদ্যালয়খনে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা ৰাখিলোঁ।
জয়তু চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক