ATTSA Baksa District Committee

ATTSA Baksa District Committee Assam Tea Tribes Student's Association tea Community Organization

অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA)চাহ জনগোষ্ঠীৰ সমাজখনক শিক্ষা আৰু অধিকাৰেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে আজি ৭৮ বছৰ সম্পূৰ্ণ ...
28/12/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA)
চাহ জনগোষ্ঠীৰ সমাজখনক শিক্ষা আৰু অধিকাৰেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে আজি ৭৮ বছৰ সম্পূৰ্ণ কৰিলে আমাৰ প্ৰাণপ্ৰিয় সংগঠন 'আটছা'ই।
এই বিশেষ ক্ষণত বাক্সা/তামুলপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি সকলো নেতা-কৰ্মী আৰু জনসাধাৰণলৈ আন্তৰিক অভিনন্দন জনাইছোঁ।
• লক্ষ্য: শিক্ষা, সামাজিক ন্যায় আৰু সমতা।
• সংকল্প: সমাজৰ সৰ্বাঙ্গীন উন্নতি।

জয় আই অসম! ✊✊✊

#৭৮সংখ্যক_প্ৰতিষ্ঠা_দিৱস #আটছা

27/12/2025
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আট্‌ছা) প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্নদেৱৰ ৩১ সংখ্যক মৃত্যু ব...
21/11/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আট্‌ছা) প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্নদেৱৰ ৩১ সংখ্যক মৃত্যু বাৰ্ষিকীত এই পবিত্ৰ মুহূৰ্তত তেখেতলৈ গভীৰ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ।
সন্তোষ কুমাৰ তপ্নদেৱৰ আদৰ্শই আমাক সদায়ে সমাজৰ বাবে দায়িত্ববোধৰ অনুপ্ৰেৰণা যোগাই থাকিব।
জয়তু আট্‌ছা।

Address

Rangia Bhutan Road
Tamulpur
781367

Telephone

+918812887176

Website

Alerts

Be the first to know and let us send you an email when ATTSA Baksa District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ATTSA Baksa District Committee:

Share