ABKSU Tamulpur District Committee

ABKSU Tamulpur District Committee "সু-বাৰ্তা,স্ব-জাতীয় কৃষ্টি-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ মাধ্যম "

22/11/2025

25 নৱেম্বৰ,2025 ইং তাৰিখে জাতীয় সমস্যা থকা প্ৰতিটো জনগোষ্ঠীয় সংগঠনবোৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে গ্ৰহন কৰিছে।।কিন্তু বৰ্মন জনগোষ্ঠীৰ হৈ কোনো এটা জাতীয় সংগঠনে কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা নগ'ল।।

20/11/2025

২৫ নৱেম্বৰ অসম বিধাসভাৰ বাজেট অধিৱেশন, বৰ্মন কছাৰী জনগোষ্ঠীৰ হৈ প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ প্ৰয়োজন আছে।

আজি শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত অসমৰ জনপ্ৰিয় কৰ্মযোগী মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তামুুলপুুৰ জিলা নিখ...
16/09/2025

আজি শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত অসমৰ জনপ্ৰিয় কৰ্মযোগী মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তামুুলপুুৰ জিলা নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ হৈ জাতিৰ জলন্ত সমস্যাৰাজি লৈ এটি স্মাৰক পত্ৰ প্ৰদান কৰা হয়।। আজিৰ সাক্ষাৎকাৰত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ অধ্যক্ষ শ্ৰী দীপক বৰ্মন ডাঙৰীয়া জিলা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে শ্ৰী অমৃত বৰ্মন আৰু শ্ৰী জয়চৰণ বৰ্মন ডাঙৰীয়া। লগতে তেখেত সকলক সংগ দিয়ে পূৱ ডেফেলী আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী হৰ কিশোৰ বৰ্মন ডাঙৰীয়াই।। জয়তু বৰ্মন কছাৰী হাৰি। । ABKSU Long Live

Initiative by    .Documents proof
11/08/2025

Initiative by .
Documents proof

It's a great opportunity and standing meeting and fruitful discussion with our Honourable Chief minister of Assam Dr.Him...
05/07/2025

It's a great opportunity and standing meeting and fruitful discussion with our Honourable Chief minister of Assam Dr.Himanta Biswa Sarma ji at Tamulpur Jagannath than, kochubari.There were present our Honourable Chief adviser Mr.sanjib Barman and General secretary Mr.madhab Barman and President & Secretary Tamulpur District Committee All Barman Kachari Students Union.It was a great initiative taken by Tamulpur District BJP for us and we heartiest thanks to them.

নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা বৰ্মন কছাৰী জনগোষ্ঠীৰ একমাত্ৰ গণতান্ত্ৰিক জাতীয় ছাত্ৰ সংগঠন । ২০১০ ইং বৰ্ষৰ ২২ জুন তাৰিখে...
08/06/2025

নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থা বৰ্মন কছাৰী জনগোষ্ঠীৰ একমাত্ৰ গণতান্ত্ৰিক জাতীয় ছাত্ৰ সংগঠন । ২০১০ ইং বৰ্ষৰ ২২ জুন তাৰিখে ওদালগুৰি জিলাৰ খৈৰাবাৰীত এই ছাত্ৰ সংগঠনটোৱে প্ৰতিষ্ঠা লাভ কৰে । জন্ম লগ্নৰে পৰাই সংগঠনটোৱে ৰাইজৰ সহায় সহযোগিতাত Unity,struggle & prosperity এই Motto সৰোগত কৰি জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক, শৈক্ষিক, সামাজিক সাংস্কৃতিক, ৰাজনৈতিক, বৌদ্ধিক, ক্ৰীড়া আদিৰ লগতে সাংবিধানিক মৰ্যদাৰ কাৰণে নিৰবিচ্ছিন্ন ভাৱে সেৱা আগবঢ়াই আহিছে ।লগতে বিভিন্ন সময়ত জাতিৰ হকে বিভিন্ন সংগ্ৰাম আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰো আয়োজন কৰি আহিছে।এই দীঘলীয়া মহান যাত্ৰাত আমি সকলোৱে একো একোজন সাক্ষী হৈ ৰৈ আছো ।
এই বেলিও ২০২৫ ইং চনৰ ২২ জুন তাৰিখে ছাত্ৰ সংগঠনটোৰ "প্ৰতিষ্ঠা দিৱস "ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ মহীৰংগ ফাওথিনাছালীত এদিনীয়া কাৰ্যসূচীৰে উলহ- মালহৰে উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে ।লগতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২০২৫ ইং বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা মেধা সম্পন্ন শিক্ষাৰ্থী সকলক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

সেয়েহে অনুষ্ঠাটোৰ সকলোবোৰ কাৰ্যসূচী সফল ৰূপায়ন কৰাত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে সহায়-সহযোগ আৰু উপস্থিতি অতি আন্তৰিকতাৰে কামনা কৰিলোঁ।। ৰৌজাংদং
ABKSU Long Live
Joy Barman Kachari harine.
Joy Buddai Medai.

সুদীৰ্ঘ কাল নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ হৈ বৰ্মন কছাৰী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি অহা তখা নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্...
18/05/2025

সুদীৰ্ঘ কাল নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ হৈ বৰ্মন কছাৰী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি অহা তখা নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপ- সভাপতি শ্ৰীযুত শংকৰ বৰ্মন ডাঙৰীয়াৰ আজি ওপজা দিন। আজিৰ এই বিশেষ দিনটোত তেখেতক তামুুলপুুৰ জিলা সমিতিৰ হৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।লগতে বুদ্দাই মেদায়ৰ শ্ৰীচৰণত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

বাঙালীপাৰা অঞ্চলৰ নৱ প্ৰজন্মৰ উদ্যমী যুৱক তথা নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ তামুুলপুুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰ...
02/04/2025

বাঙালীপাৰা অঞ্চলৰ নৱ প্ৰজন্মৰ উদ্যমী যুৱক তথা নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ তামুুলপুুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত অমৃত বৰ্মন ডাঙৰীয়াৰ ওপজা দিনৰ বহুত বহুত মৰম আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।অহা দিনবোৰত যাতে জাতিৰ কাৰণে বজ্ৰ কন্ঠ হৈ থিয় দিব পাৰে তাকে বুদ্দাই মেদায়ৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ।

সু - প্ৰভাত দিনটো সকলোৰে শুভ হওঁক ।।অনিমেষ চন্দ্ৰ বৰ্মণ ডাঙৰীয়াই লিখা  #বৰ্মন কছাৰী জনগোষ্ঠীৰ জাতীয় সংগীতটি আপোনাসবলৈ আ...
16/01/2025

সু - প্ৰভাত দিনটো সকলোৰে শুভ হওঁক ।।

অনিমেষ চন্দ্ৰ বৰ্মণ ডাঙৰীয়াই লিখা #বৰ্মন কছাৰী জনগোষ্ঠীৰ জাতীয় সংগীতটি আপোনাসবলৈ আগবঢ়াই বৰ সুখী হলোঁ।

জাতীয়তাবাদ দেশপ্ৰেম আৰু স্ব-জাতীয় কৃষ্টি-সংস্কৃতি জীপাল কৰি ৰখাৰ দায়িত্ব আৰু কৰ্তব্য সকলোৰে আছে।।

বিটিচি চৰকাৰে বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে এখন Vision Documents তৈয়াৰ কৰিবলৈ গৈ আছে সেই উদ্দেশ্যে যোৱ...
03/11/2024

বিটিচি চৰকাৰে বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে এখন Vision Documents তৈয়াৰ কৰিবলৈ গৈ আছে সেই উদ্দেশ্যে যোৱা 02-11-2024 ইং তাৰিখে দিনৰ 11-30 বজাত ওদালগুৰি জিলাৰ খৈৰাবাৰীত নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত জনগোষ্ঠীয় ভাতৃ সংগঠনৰ বিষয়ববীয়াসকলৰ উপস্থিতিত এটি বিশেষ গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ।

#চিংনে হাৰি থাঙাই দং
Long Live

যোৱা 29 আৰু 30 অক্টোবৰ, 2024 ইং তাৰিখে কোকৰাঝাৰ     য়ে আয়োজন কৰা         অনুষ্ঠানত তেখেত সকলৰ আমন্ত্ৰণ ৰক্ষা কৰি নিখিল...
30/10/2024

যোৱা 29 আৰু 30 অক্টোবৰ, 2024 ইং তাৰিখে কোকৰাঝাৰ য়ে আয়োজন কৰা অনুষ্ঠানত তেখেত সকলৰ আমন্ত্ৰণ ৰক্ষা কৰি নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে সন্মানীয় সাধাৰণ সম্পাদক শ্ৰীযুত মাধৱ বৰ্মন ডাঙৰীয়া আৰু বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ সভাপতি শ্ৰীযুত দিলীপ বৰ্মন ডাঙৰীয়া। দুয়োগৰাকী নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Harine
Long Live.

Address

Tamulpur Goibari Chowk
Tamulpur
781368

Website

Alerts

Be the first to know and let us send you an email when ABKSU Tamulpur District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share