Ashok Lama

Ashok Lama Go ahead..

At Sonari public playground
30/11/2025

At Sonari public playground

At Biswanath Chariali
30/11/2025

At Biswanath Chariali

20/11/2025

বিশ্বনাথ চাৰিআলিৰ গলিয়া খেলপথাৰত আয়োজিত লিম্বু তামাং জনজাতি দাবী সমিতিৰ বিশাল গণ সমাবেশ কাৰ্যসূচীত।

02/11/2025

At Dinomoni playground... Final match between SONARI FC vs DEEPLING FC..

29/10/2025

At Tizit, Nagaland...

আগছু, সাপেখাতী আঞ্চলিক সমিতিৰ কাৰ্যালয় সচিব চাহিল ৰাইৰ মাতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত ।
18/10/2025

আগছু, সাপেখাতী আঞ্চলিক সমিতিৰ কাৰ্যালয় সচিব চাহিল ৰাইৰ মাতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত ।

15/07/2025
21/06/2025
দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। তাকেই সঁচা প্ৰমান কৰি, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত...
01/05/2025

দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। তাকেই সঁচা প্ৰমান কৰি, সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত ৮৬% নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ চৰাইদেউ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে সাপেখাতী অঞ্চলৰ ভিতৰুৱা গাঁও গৰখীয়াবামৰ পল্লৱী তামাং ভন্টিয়ে।
আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা পল্লৱীলৈ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তাইৰ উজ্বল ভৱিষ্যতৰ বাবে শুভ কামনা জনাওঁ।

Congratulations Aditya.... 93.5% HSLC exam 2025...
11/04/2025

Congratulations Aditya.... 93.5% HSLC exam 2025...

যোৱা মঙ্গলবাৰে চৰাইদেউ জিলাৰ অন্তৰ্গত বাৰেগাঁৱৰ নিবাসী তথা বিশিষ্ট ব্যৱসায়ী অশোক প্ৰধান ডাঙৰীয়াৰ নতুন ব্যৱসায়িক প্ৰতিষ্ঠ...
10/04/2025

যোৱা মঙ্গলবাৰে চৰাইদেউ জিলাৰ অন্তৰ্গত বাৰেগাঁৱৰ নিবাসী তথা বিশিষ্ট ব্যৱসায়ী অশোক প্ৰধান ডাঙৰীয়াৰ নতুন ব্যৱসায়িক প্ৰতিষ্ঠান "গণেশ হাৰ্ডৱেৰ"ৰ শুভ উদ্ধোধন অনুষ্ঠানত জিলাৰ কেইবা গৰাকী সতীৰ্থ আৰু আঞ্চলিকৰ ভাইটি সকলৰ সৈতে উপস্থিত হওঁ।

উক্ত অনুষ্ঠানতে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ তথা AIDC ৰ অধ্যক্ষ তপন কুমাৰ গগৈ দেৱৰ সৈতে চৰাইদেউ জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সম্পৰ্কে আলোচনাত মিলিত হওঁ।

এই চেগতে অশোক প্ৰধান ডাঙৰীয়ালৈ অলেখ শুভকামনা জ্ঞাপন কৰিলো।

Address

Sapekhati
Sonari
785692

Telephone

+919954374710

Website

Alerts

Be the first to know and let us send you an email when Ashok Lama posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Ashok Lama:

Share