Telial Yuva Sangha "তেলিয়াল যুৱ সংঘ"

Telial Yuva Sangha "তেলিয়াল যুৱ সংঘ" তেলিয়াল যুৱ সংঘ, স্থাপিত : ২০১২ চন

*৪০০* ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণৰ বাবে তেলিয়াল যুৱ সংঘক আজি WIPES FOUNDATION য়ে পুনৰ *১৬০০ দিস্তা কাগজ , *১৬০০* টা কলম আ...
20/08/2026

*৪০০* ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণৰ বাবে তেলিয়াল যুৱ সংঘক আজি WIPES FOUNDATION য়ে পুনৰ *১৬০০ দিস্তা কাগজ , *১৬০০* টা কলম আৰু *২০০* পেকেট ৰং পেঞ্চিলৰ যোগান ধৰে বৰ্তমান পেকিঙৰ কাম চলি আছে।
Deepak Kumar Nath
Devajit Nath
Jyotishman Nath

Day 12আজি দেওৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়, হাফলুটিং মজলীয়া বিদ্যালয়, ৰাধাকান্ত...
12/08/2026

Day 12

আজি দেওৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয়, হাফলুটিং মজলীয়া বিদ্যালয়, ৰাধাকান্ত ফুকন উচ্চ মাধ্যমিক বিদ্যালয় আৰু শশীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কাগজ আৰু কলম বিতৰণ কৰা হয়। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে WIPES FOUNDATION ৰ পৰিচালক জ্ঞানদীপ বৰুৱা আৰু তেলিয়াল যুৱ সংঘৰ সদস্যসকল। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন সদস্যক ধন্যবাদ জনাইছোঁ।
Deepak Kumar Nath
Hemonta Nath
Hemprakash Nath
Devajit Nath
Sudipta Nayan Nath

_WIPES FOUNDATION আৰু তেলিয়াল যুৱ সংঘৰ যৌথ উদ্যোগত 840 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত কাগজ আৰু কলম বিতৰণ কৰা হ'ব।Sudipta Naya...
11/08/2026

_WIPES FOUNDATION আৰু তেলিয়াল যুৱ সংঘৰ যৌথ উদ্যোগত 840 গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত কাগজ আৰু কলম বিতৰণ কৰা হ'ব।

Sudipta Nayan Nath
Devajit Nath
Deepak Kumar Nath
Hemonta Nath
Jyotishman Nath

11/08/2026

আজি ৪২০০ দিস্তা বহী, ৩৫০০ কলম মুঠ ৮৪০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে সাজু কৰা হ'ল।
Sudipta Nayan Nath
Deepak Kumar Nath

Day 11WIPES FOUNDATION (NGO) ৰ লগত আজি বিহুবৰ বৰ মিচিং গাঁও আৰু বালি গাঁৱত গুৱাহাটীৰ পৰা CSR নামৰ‌ সংস্থাটোৱে পঠোৱা সামগ...
08/08/2026

Day 11

WIPES FOUNDATION (NGO) ৰ লগত আজি বিহুবৰ বৰ মিচিং গাঁও আৰু বালি গাঁৱত গুৱাহাটীৰ পৰা CSR নামৰ‌ সংস্থাটোৱে পঠোৱা সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত।
Sudipta Nayan Nath
Deepak Kumar Nath
Hemonta Nath

Day - 10নামতিপথাৰ অঞ্চলৰ ন-পাম বেলিমুখীয়াৰ ১৬ ঘৰ, বেলিমুখীয়া জাপিসজীয়াৰ ২৪ ঘৰ বানাক্ৰান্তক ফেনাইল আৰু ঔষধৰ টোপোলা প্ৰ...
07/08/2026

Day - 10

নামতিপথাৰ অঞ্চলৰ ন-পাম বেলিমুখীয়াৰ ১৬ ঘৰ, বেলিমুখীয়া জাপিসজীয়াৰ ২৪ ঘৰ বানাক্ৰান্তক ফেনাইল আৰু ঔষধৰ টোপোলা প্ৰদান কৰা হয়।

Day -9আজি চাৰিখন গাড়ীৰে নাজিৰা,চন্টক, বিহুবৰ,বৰ মিচিং গাঁও, হোলোং কাঠনি, সুন্দৰ পুখুৰী আৰু লাকুৱাত ঔষধ,ফেনাইল,ব্লিচিং প...
03/08/2026

Day -9

আজি চাৰিখন গাড়ীৰে নাজিৰা,চন্টক, বিহুবৰ,বৰ মিচিং গাঁও, হোলোং কাঠনি, সুন্দৰ পুখুৰী আৰু লাকুৱাত ঔষধ,ফেনাইল,ব্লিচিং পাউডাৰ, কাপোৰ, ছাত্ৰ ছাত্ৰীৰ বাবে বহী আদি বিতৰণ কৰা হয়। দুখন গাড়ীৰে খনামুখ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ফেনাইল আৰু ঔষধৰ টোপোলা বিতৰণ কৰা হয় । যোৱা ১১ দিনত ১১০০ পৰিয়ালক অকণমান হ'লেও সহায় কৰিব পৰা বাবে আমাৰ যুৱক সকলৰ লগতে আৰ্থিক অনুদান আৰু বিভিন্ন দ্ৰব্য যোগান ধৰি আমাক সহায় কৰা প্ৰতিজন ব্যক্তিৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লো ।

Day 9
01/08/2026

Day 9

Day 8নেপালীখুটি, Nazira
31/07/2026

Day 8
নেপালীখুটি, Nazira

Day -8
31/07/2026

Day -8

Address

Sivasagar

Website

Alerts

Be the first to know and let us send you an email when Telial Yuva Sangha "তেলিয়াল যুৱ সংঘ" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share