ATTSA Charaideo Sub- Branch

ATTSA Charaideo Sub- Branch Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ATTSA Charaideo Sub- Branch, Non-Governmental Organization (NGO), Sonata Road, Sibsagar.

অসম চাহ জনজাতি ছাত্ৰ সন্থা। সোণাৰি শাখাৰ সাধাৰণ সম্পাদক শ্ৰী গৌতম গোৱালা, , সহ-সম্পাদক শ্ৰী পদ্ম নাহক, আৰু চৰাইদেউ জিলা ...
13/08/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা। সোণাৰি শাখাৰ সাধাৰণ সম্পাদক শ্ৰী গৌতম গোৱালা, , সহ-সম্পাদক শ্ৰী পদ্ম নাহক, আৰু চৰাইদেউ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক শ্ৰী দেবনাথ টুডো ডাঙৰীয়াৰ উপস্থিতত যোৱা ইং ১২/০৮ ২০২৫ তাৰিখে চৰাইদেউ উপ শাখা সমিতি গঠন হৈ যায় ।উক্ত সমিতিখনত পুন প্ৰথম বাৰৰ বাবে সভাপতিৰ দায়িত্ব লাভ কৰা শ্ৰী বিশাল চাচনী সম্পাদক শ্ৰী এলেক্স আইন্দ ৰ লগতে সকলো সদস্য সদস্যাক আগন্তুক দিনত সকলো জাতি জনগোষ্ঠীৰ কাম কৰি যাবৰ বাবে অভিনন্দন ও শুভেচ্ছা জনালো।

অসম চাহ জনজাতি ছাত্ৰ সন্থা, সোণাৰী শাখা ই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকোঁ। সমূহ ছাত্ৰ ছাত্ৰী ৰ উজ্জ্বল...
15/06/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থা, সোণাৰী শাখা ই আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকোঁ।
সমূহ ছাত্ৰ ছাত্ৰী ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
জয়তু Attsa জয় আই অসম।

Address

Sonata Road
Sibsagar

Alerts

Be the first to know and let us send you an email when ATTSA Charaideo Sub- Branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share