AISC Development Forum

AISC Development Forum All India Sanatan Cultural Development Forum is an NGO dedicated to work for Bharatiya Culture

আজি শদিয়াৰ চূণপোৰা বিল গাঁৱৰ যুৱ সংঘলৈ গাৱঁৰ পুথিভঁৰাল উন্নয়নৰ কাৰণে এটোপোলা কিতাপ আগবঢ়োৱা হয় । কিতাপেই হৈছে এটা জাত...
16/08/2026

আজি শদিয়াৰ চূণপোৰা বিল গাঁৱৰ যুৱ সংঘলৈ গাৱঁৰ পুথিভঁৰাল উন্নয়নৰ কাৰণে এটোপোলা কিতাপ আগবঢ়োৱা হয় । কিতাপেই হৈছে এটা জাতিৰ ভৱিষ্যত।
CMO Assam
Himanta Biswa Sarma

♥️ Assam Needs Your help Sonu Sood Reliance Foundation Amir Khan Bollywood Society PhonePe Infosys
26/07/2026

♥️ Assam Needs Your help

Sonu Sood
Reliance Foundation
Amir Khan
Bollywood Society
PhonePe
Infosys

🇮🇳 असम बाढ़ राहत अभियान – पूरे भारतवासियों से एक भावपूर्ण अपीलप्रिय देशवासियों,आज असम भीषण और विनाशकारी बाढ़ से जूझ रहा ...
25/07/2026

🇮🇳 असम बाढ़ राहत अभियान – पूरे भारतवासियों से एक भावपूर्ण अपील

प्रिय देशवासियों,

आज असम भीषण और विनाशकारी बाढ़ से जूझ रहा है। 7 लाख से अधिक लोग इस आपदा से प्रभावित हैं। हजारों परिवारों ने अपना घर, भोजन और जीवनयापन का सहारा खो दिया है।

आज हमें आपकी मदद की आवश्यकता है।

हमें पानी चाहिए।
हमें खाने के लिए भोजन चाहिए।
हमें जीवन चाहिए।

यह केवल असम की लड़ाई नहीं है, यह पूरे भारत की जिम्मेदारी है। जब देश का कोई एक हिस्सा संकट में होता है, तब पूरा भारत एक परिवार बनकर साथ खड़ा होता है।

आइए, मानवता के लिए आगे आएँ।

- पीने का स्वच्छ पानी उपलब्ध कराएँ।
- सूखा राशन और भोजन दान करें।
- दवाइयाँ, कपड़े और आवश्यक सामग्री भेजें।
- राहत कार्यों में आर्थिक सहयोग करें।
- इस संदेश को अधिक से अधिक लोगों तक पहुँचाएँ।

आपकी एक छोटी-सी सहायता किसी परिवार की उम्मीद बन सकती है।

आइए, मिलकर असम को फिर से खड़ा करें।

असम की पुकार — भारत का उत्तर।
🙏 Donate Now : https://sewasagar.in/vf/

14/06/2026

অসমৰ অৰ্থনীতিৰ কাৰণে
'শ্ৰীকৃষ্ণ-ৰুক্মিণী মন্দিৰ'
অনিবাৰ্য ।
Himanta Biswa Sarma

অসমৰ এক নতুন পৰিচয়, এক নতুন গৌৰৱ হ'ব : শ্ৰীকৃষ্ণ -ৰুক্মিণী মন্দিৰ। শদিয়াৰ পবিত্ৰ ভূমিত ভাৰত বিখ্যাত শ্ৰীকৃষ্ণ -ৰুক্মিণ...
12/06/2026

অসমৰ এক নতুন পৰিচয়, এক নতুন গৌৰৱ হ'ব : শ্ৰীকৃষ্ণ -ৰুক্মিণী মন্দিৰ। শদিয়াৰ পবিত্ৰ ভূমিত ভাৰত বিখ্যাত শ্ৰীকৃষ্ণ -ৰুক্মিণী মন্দিৰ------এই স্বপ্ন মাথোঁ স্বপ্ন নহয় , এয়া আমাৰ এক সুদৃঢ় সংকল্প। সহস্ৰ বছৰৰ পিছতো যিয়ে বহন কৰিব সনাতন সংস্কৃতিৰ মহত্ত্ব, সৌন্দৰ্য আৰু বিশালতাক নিজৰ বুকুত ।

Himanta Biswa Sarma
Bolin Chetia
BJP Assam Pradesh
Vishva Hindu Parishad -VHP
Rashtriya Swayamsevak Sangh (RSS)

12/06/2026

মোৰ জীৱনৰ, আমাৰ মঞ্চৰ একমাত্ৰ বৃহৎ লক্ষ্য হ'ল : শদিয়াৰ পবিত্ৰ ভূমিত #শ্ৰীকৃষ্ণ_ৰুক্মিণী মন্দিৰ নিৰ্মাণ কৰা । এনে এক মন্দিৰ যি মন্দিৰ এবাৰ দৰ্শন মাত্ৰ হৃদয় পবিত্ৰ হৈ যায় ,মনৰ সকলো কলুষতা পৰিস্কাৰ হৈ যায় । সৰ্বভাৰতীয় সনাতন সাংস্কৃতিক উন্নয়ন মঞ্চই ( AISC Development Forum ) এই যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে । আমি আশাবাদী আমাৰ কৰ্মযোগী CMO Assam সন্মানীয় ড° Himanta Biswa Sarma ডাঙৰীয়াই আমাৰ এই যাত্ৰাক শক্তি প্ৰদান কৰিব । আমি আশাবাদী যে আমাৰ শদিয়াৰ সন্মানীয় বিধায়ক শ্ৰীযুত Bolin Chetia ডাঙৰীয়াই আমাৰ এই স্বপ্নক বাস্তৱায়িত কৰাত সহযোগিতা আগবঢ়াব ।

#শ্ৰীকৃষ্ণ #ভক্তিৰস #সনাতন

04/06/2026

স্বপ্নৰ শীৰ্ষত মাথোঁ
'শ্ৰীকৃষ্ণ-ৰুক্মিণী মন্দিৰ'
Himanta Biswa Sarma
Bolin Chetia

আজি শদিয়াৰ বাৰ মাইল গাঁৱৰ একাদশ শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী নিশিতা গগৈলৈ আমাৰ  #শিক্ষা_প্ৰেৰণা_অভিযানৰ জৰিয়তে কিছু স্কুলীয়...
28/05/2026

আজি শদিয়াৰ বাৰ মাইল গাঁৱৰ একাদশ শ্ৰেণীৰ ছাত্ৰী শ্ৰীমতী নিশিতা গগৈলৈ আমাৰ #শিক্ষা_প্ৰেৰণা_অভিযানৰ জৰিয়তে কিছু স্কুলীয়া সামগ্ৰী বিতৰণ কৰোঁ । তাইৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ ভাল নহয় । তাইৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ .....

Himanta Biswa Sarma
Bolin Chetia
Sadiya- The Land of Rising Sun of Assam

#অসম #শিক্ষা

We must support Shri Krishna Rukmini Mandir at Sadiya , Assam
27/05/2026

We must support Shri Krishna Rukmini Mandir at Sadiya , Assam

 #শদিয়াৰ  তিনি মাইল গাৱঁৰ ছাত্ৰ চাহিল থাপাৰ ঘৰত বিদ্যুৎ সংযোগ নাছিল । আজি মঞ্চৰ তৰফৰ পৰা তেখেতলৈ এটি চ'লাৰ লাইট প্ৰদান ...
23/05/2026

#শদিয়াৰ তিনি মাইল গাৱঁৰ ছাত্ৰ চাহিল থাপাৰ ঘৰত বিদ্যুৎ সংযোগ নাছিল । আজি মঞ্চৰ তৰফৰ পৰা তেখেতলৈ এটি চ'লাৰ লাইট প্ৰদান কৰোঁ।

Himanta Biswa Sarma
Bolin Chetia
BJP Assam Pradesh

Address

Sadiya
786158

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when AISC Development Forum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share