আৰ্থিক To Empowering Youth Society

আৰ্থিক To Empowering Youth Society সামাজিক সাংস্কৃতিক শৈক্ষিক স্বাস্থ্য খেলধেমালী লগতে যুৱ শক্তিক আৰ্থিক দিশত স্বাৱলম্বী কৰা আমাৰ লক্ষ্য

আজি ৰঙিয়া আৰক্ষী থানাত পোনপ্ৰথমবাৰৰ বাবে ৰঙালী বিহু উপলক্ষে মুকলি বিহুৰ আয়োজন কৰা হয়।।উক্ত অনুষ্ঠানত ৰঙিয়াৰ বিভিন্ন গণ...
14/04/2025

আজি ৰঙিয়া আৰক্ষী থানাত পোনপ্ৰথমবাৰৰ বাবে ৰঙালী বিহু উপলক্ষে মুকলি বিহুৰ আয়োজন কৰা হয়।।
উক্ত অনুষ্ঠানত ৰঙিয়াৰ বিভিন্ন গণ্যমান্য ব্যক্তিৰ সৈতে বিভিন্ন সামাজিক অনুষ্ঠানকো আমন্ত্ৰণ জনোৱা হয়।।
সেই মৰ্ম ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ( OC) শ্ৰদ্ধাৰ নৱজিৎ নাথ মহোদয়ে আমাকো ( আৰ্থিক, TO empowering youth, society) আমন্ত্ৰণ জনায় আৰু আমিওঁ তেওঁৰ আমন্ত্ৰণ ৰক্ষা কৰিব পায় তথা মুকলি বিহু উপভোগ কৰিব পায় নথৈ আনন্দিত হলোঁ।।
লগতে ছাৰে দিয়া মৰমৰ আৰু আদৰৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।।

Address

Https://maps. App. Goo. Gl/Ggse1cwNC9VVCPB4A?g_st=iw
Rangia
781354

Telephone

+917002715727

Website

Alerts

Be the first to know and let us send you an email when আৰ্থিক To Empowering Youth Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to আৰ্থিক To Empowering Youth Society:

Share