09/12/2025
আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে জিলিকিব ৰহাৰ ঐতিহাসিক জোঙালবলহু গড় ৷ ৰাজ্য চৰকাৰে আগবঢ়োৱা ৬৫ কোটি টকাৰে পূৰ্ণগতিত চলিছে পৰ্যটন ক্ষেত্ৰৰ কাম ৷ অহা ৩ জানুৱাৰীত জোঙালবলহু দিৱসৰ দিনাই এই পৰ্যটনক্ষেত্ৰ ৰাইজৰ বাবে মুকলি কৰাৰ সম্ভাৱনা ৷
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from বগৰিগুৰি ৰহা নগাওঁ।Bagariguri Raha Nagaon।, Community Center, Raha.
Raha
782442
Be the first to know and let us send you an email when বগৰিগুৰি ৰহা নগাওঁ।Bagariguri Raha Nagaon। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.