পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা

  • Home
  • India
  • Pathsala
  • পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা

পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা বজালী বাসী তথা পাঠশালা অঞ্চলৰ ৰাইজৰ স?

সদৌ অসম ছাত্ৰ সন্থা আৰু ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ আহ্বানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষ...
20/07/2026

সদৌ অসম ছাত্ৰ সন্থা আৰু ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ আহ্বানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত চিত্রাংকন প্রতিযোগিতা কিয়দাংশ ।
স্থান - পাঠশালা হাইস্কুল
দিনাংক - ১৯ জুলাই ২০২৬ ইং ।
|| জয় আই অসম ||

সদৌ অসম ছাত্ৰ সন্থা আৰু ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ আহবানত আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহাকালি ১৯ জু...
18/07/2026

সদৌ অসম ছাত্ৰ সন্থা আৰু ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ আহবানত আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহাকালি ১৯ জুলাই,২০২৬ ৰবিবাৰে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব। সেয়েহে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।

15/04/2026

পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহু ২০২৬

সমুহ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।
11/04/2026

সমুহ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

যোৱা কালিৰ পৰা অনুষ্ঠিত হব লগিয়া কৰ্মশালা বতৰৰ বাবে যোৱা কালি বাতিল কৰা হৈছিল। আজিৰ পৰা পৰা কৰ্মশালা অনুষ্ঠিত কৰা হব।
08/04/2026

যোৱা কালিৰ পৰা অনুষ্ঠিত হব লগিয়া কৰ্মশালা বতৰৰ বাবে যোৱা কালি বাতিল কৰা হৈছিল। আজিৰ পৰা পৰা কৰ্মশালা অনুষ্ঠিত কৰা হব।

07/04/2026

আজিৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ বিহুৰ নাচৰ কৰ্মশালা বাতিল কৰা হল।

"কা" অসমৰ জনগণে মানি লোৱা নাই , অসমীয়া খিলঞ্জীয়াই কেতিয়াও মানি নলয় । এই আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া পঞ্চ শ্বহীদ...
12/12/2025

"কা" অসমৰ জনগণে মানি লোৱা নাই , অসমীয়া খিলঞ্জীয়াই কেতিয়াও মানি নলয় । এই আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া পঞ্চ শ্বহীদক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসমৰ প্রতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয় ।
।। জয় আই অসম ।।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন উপলক্ষে আজি...
02/12/2025

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পৰিবেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন উপলক্ষে আজি পাঠশালাৰ বিভিন্ন সামাজিক অনু্ষ্ঠান আৰু সংঘ সমূহত গছপুলি বিতৰণ কৰা হয়

Address

Pathsala

Website

Alerts

Be the first to know and let us send you an email when পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share