অসম সাহিত্য সভাৰ ৭৭ তম্ পাঠশালা অধিবেশনঃ বজালী, প্ৰচাৰ উপ-সমিতি

  • Home
  • India
  • Pathsala
  • অসম সাহিত্য সভাৰ ৭৭ তম্ পাঠশালা অধিবেশনঃ বজালী, প্ৰচাৰ উপ-সমিতি

অসম সাহিত্য সভাৰ ৭৭ তম্ পাঠশালা অধিবেশনঃ বজালী, প্ৰচাৰ উপ-সমিতি Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম সাহিত্য সভাৰ ৭৭ তম্ পাঠশালা অধিবেশনঃ বজালী, প্ৰচাৰ উপ-সমিতি, Nonprofit Organization, Bhattadev University Road, Pathsala.

এটা সময়ত এই ছবিবোৰে নিশ্চিতভাৱে অধিক প্ৰাধান্য লাভ কৰিব।
27/02/2025

এটা সময়ত এই ছবিবোৰে নিশ্চিতভাৱে অধিক প্ৰাধান্য লাভ কৰিব।

07/02/2025

মন চুই যোৱা এক দৃশ্য। বৰেণ্য সংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে সংগীত পৰিবেশন কৰি থাকোতে স্পষ্টকৈ প্ৰকাশ পাইছে এখন সংস্কাৰী সমাজৰ ছবি, মাতৃভাষাক মৰম কৰিব জনা অসমীয়াৰ আৱেগ।
সম্পূৰ্ণ পৰিৱেশটি চাই থাকিলে দেখিব মঞ্চৰ সন্মুখত থকা শ্ৰোতা-দৰ্শকখিনিয়ে গীতটি তথা ভাষাটিক থিয় হৈ সন্মান জনোৱাৰ অভূতপূৰ্ব দৃশ্য। সঁচাকৈয়ে এই সংস্কাৰে আমাক নতুনকৈ উদ্ভাসিত নকৰেনে!
"চিৰ চেনেহী মোৰ ভাষা জননী"

05/02/2025

ৰাতিপুৱা ৫ বজাত সংগীতানুষ্ঠান সামৰিলে শিল্পী জয় বৰুৱাদেৱে। তেখতৰ গায়ন শৈলী, উপস্থাপন আৰু তেখেতৰ গীতত পাশ্চাত্য সংগীতৰ মিশ্ৰণ, এই আটাইকেইটা দিশ সামৰি তেওঁৰ যিখিনি সৃষ্টি, তাৰেই অভিজ্ঞতা নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ ৰাতিপুৱালৈ ৰৈ থাকিল অগণন অনুৰাগী।
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ অন্তিম দিনৰ অন্তিম সাংস্কৃতিক সন্ধিয়াৰ অন্তিম গৰাকী আমন্ত্ৰিত শিল্পী আছিল জয় বৰুৱাদেৱ।

05/02/2025

সামৰণি বক্তব্য
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত প্ৰফুল্ল কুমাৰ গোস্বামীৰ সামৰণি বক্তব্য।

04/02/2025

সুকন্ঠী গায়ীকা প্ৰিয়ংকা ভৰালীৰ গীতৰ তালত দৰ্শকে দিলে বিপুল সহাৰি। আজি অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ অন্তিম দিন।

04/02/2025

৯০ দশকত অসমীয়া সংগীতৰ ক্ষেত্ৰখনত আধুনিকতাৰ পৰশ ধালি নিজৰ সৃষ্টিৰাজিৰে খলকনি তোলা সংগীত শিল্পী জিতুল সোনোৱাল ডাঙৰীয়াৰ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন সম্পৰ্কে মতামত জানিব পাই আমি সুখী হৈছোঁ। "চিৰ চেনেহী মোৰ ভাষা জননী"

02/02/2025

আজি তৃতীয় দিন, ইতিহাস ৰচিলে বজালীয়ে 💐
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি তৃতীয়টো দিন। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিক লৈ উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণেৰে বজালীয়ে ৰচিলে ইতিহাস। "চিৰ চেনেহী মোৰ ভাষা জননী"

01/02/2025

"চিৰ চেনেহী মোৰ ভাষা জননী"

Address

Bhattadev University Road
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when অসম সাহিত্য সভাৰ ৭৭ তম্ পাঠশালা অধিবেশনঃ বজালী, প্ৰচাৰ উপ-সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share