We want Justice

We want Justice Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from We want Justice, Non-Governmental Organization (NGO), Ata Finguwa link Road, Pathsala.

22/10/2025

সাংবাদিক সকলে প্ৰশ্ন কিয় কৰিব পৰা নাই তেওঁলোকে কাৰ পৰা ন্যায় বিচাৰিছে??
কোনে ন্যায় দিব?? কেনেকৈ দিব??
সেই দায়িত্ব কাৰ ??

22/10/2025

বিজেপিৰ ন‍্যায় যাত্ৰাৰ শ্লোগান ৰিণিকি ৰিণিকি শুনা যেন লাগিছে—-
সিদ্ধাৰ্থ- শ‍্যামকানুক মুক্তি দিয়ক।
ন‍্যায় বিচৰাসকলক ফাঁচী দিয়ক॥
মুখ‍্য ন‍্যায়াধীশে পদত‍্যাগ কৰক।হিমন্ত বিশ্ব জিন্দাবাদ॥

04/10/2025

Post Mortem কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ দোহাই দিয়া হৈছিল। প্ৰবল হেঁচাত পিছত Post Mortem কৰা হ'ল কিন্তু কোনে কি পদ্ধতিত কৰিলে, কি report আহিলে সেইয়া ৰাজহুৱা কৰা নহ'ল।
সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ সম্পৰ্কত ডাঙৰীয়াই Zubeen Garg ডাঙৰীয়াৰ পৰিয়ালক টানি আনিছিল গৰিমা শইকীয়া গাৰ্গ বাইদেউৰ অনুৰোধত গ্ৰেপ্তাৰ কৰা নাছিল।।
যোৰহাট লৈ যোৱা হোৱা নাছিল পৰিয়ালৰ দোহাই দি।
যোৰহাট লৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰিছিল ।
পুৰিবলৈ খৰ খেদা আছিল।
Scuba Driving কৰা নাছিল জুবিন দা তাৰ পিছতো অসমৰ সংবাদ মাধ্যমত Scuba Driving কৰি দুৰ্ঘটনাত মৃত্যু হৈছে বুলি information দি বাতৰি প্ৰকাশ কৰা হৈছিল ।
পূজাৰ চুটি দিয়া হৈছিল, পূজাৰ চুটি পাই লেখ আবেদন কৰিলে শ্যামকানু মহন্ত আৰু মুকুলি চিঠি লিখিলে সিদ্ধাৰ্থ শৰ্মাই আৰু এই চিঠি হয়তো Copy Paste কৰা হৈছিল।।
আকৌ উচ্ছেদ কৰা সকলে হে ন্যায় বিচাৰি হাবাথুৰি খাইছে।
জুবিন দাৰ নামত বোলে চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈ আছে এৰাতিৰ ভক্ত সকলৰ দ্বাৰা।।
Chronology

08/07/2025

আপুনি ইমান জ্ঞানী হওঁক, বুদ্ধিমান হওঁক যাতে কোনেও আপোনাক বুজাব নোৱাৰে।।

21/03/2025

Address

Ata Finguwa Link Road
Pathsala
781352

Website

Alerts

Be the first to know and let us send you an email when We want Justice posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share