সদৌ বজালী জিলা ছাত্ৰ সন্থা

  • Home
  • India
  • Pathsala
  • সদৌ বজালী জিলা ছাত্ৰ সন্থা

সদৌ বজালী জিলা ছাত্ৰ সন্থা Official Page of All Bajali District Students' Union of AASU

Utpal Sarma Samiran Phukon - সমীৰণ ফুকন All Assam Students' Union - AASU
04/10/2026

Utpal Sarma
Samiran Phukon - সমীৰণ ফুকন
All Assam Students' Union - AASU

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য ...
20/09/2026

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আৰু সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্য "পোহৰৰে চাকিগছি" অনুষ্ঠানটো ভট্টদেৱ বিশ্ববিদ্যালয় শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত কৰা হয়।
তেওঁ নিলগত আছে যদিও নিলগত নাই... প্ৰতিজন অসমীয়াৰ হৃদয়ত তেওঁ সদায় আছে।

বজালী জিলালৈ গৌৰৱ কঢ়িয়াই অনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ NASA ত গৱেষণাৰ বাবে স্থান পোৱা ভাতৃ প্ৰতীম ড°দ্বীপজ্যোতি পাটগিৰিক স...
19/09/2026

বজালী জিলালৈ গৌৰৱ কঢ়িয়াই অনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ NASA ত গৱেষণাৰ বাবে স্থান পোৱা ভাতৃ প্ৰতীম ড°দ্বীপজ্যোতি পাটগিৰিক সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

শূন্যতা আৰু শূন্যতা...আপুনি ভালে থাকক।
19/09/2026

শূন্যতা আৰু শূন্যতা...
আপুনি ভালে থাকক।

তেওঁ অবিহনে এটি বছৰ, অসহ্যকৰ বেদনা।আহিব, এগছি পোহৰৰ চাকিৰে উজ্বলাম তেওঁৰ আদৰ্শক।
17/09/2026

তেওঁ অবিহনে এটি বছৰ, অসহ্যকৰ বেদনা।
আহিব, এগছি পোহৰৰ চাকিৰে উজ্বলাম তেওঁৰ আদৰ্শক।

আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমর্মে সদৌ বজালী জিলা ছাত্র সন্থাৰ উদ্যোগত পাঠশালাত ড্ৰাগছ বিৰোধী সজাগতা সমদলৰ কাৰ্যসূচী ৰ...
15/09/2026

আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমর্মে সদৌ বজালী জিলা ছাত্র সন্থাৰ উদ্যোগত পাঠশালাত ড্ৰাগছ বিৰোধী সজাগতা সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসমৰ পৰা ড্রাগছক সমূলে নির্মূল কৰিবলৈ চৰকাৰে কঠোৰ আৰু নিৰ্ণায়ক পদক্ষেপ গ্রহণ কৰক।

SAY NO TO DRUGS 🚫

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ পূৰ্ত্তি উপলক্ষে তেখেতক সশ্ৰদ্ধ স্মৰণ।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ...
08/09/2026

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ পূৰ্ত্তি উপলক্ষে তেখেতক সশ্ৰদ্ধ স্মৰণ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পাঠশালা হৰিমন্দিৰ প্ৰাঙ্গনত এশগৰাকী শিল্পীৰে " মানুহে মানুহৰ বাবে" শীৰ্ষক কালজয়ী গীত পৰিৱেশনৰ দ্বাৰা বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

সুধাকণ্ঠক সোঁৱৰি ...
07/09/2026

সুধাকণ্ঠক সোঁৱৰি ...

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা সমূহে অবাধ মুল্যবৃ...
03/09/2026

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ বজালী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা সমূহে অবাধ মুল্যবৃদ্ধি ৰোধ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ দাবীত “খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱ যাত্ৰা” কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Address

Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when সদৌ বজালী জিলা ছাত্ৰ সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share