14/09/2026
যোৱা ১২/০৯/২০২৬ তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক অনুষ্ঠান ‘সুৰভি’ত উপস্থিত থাকে ASSAM TV ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট অধিবক্তা গিৰিধৰ চৌধুৰী ডাঙৰীয়া। অনুষ্ঠানত তেওঁৰ উপস্থিতিয়ে ‘সুৰভি’ৰ সৌষ্ঠৱ আৰু গৰিমা অধিক বৃদ্ধি কৰে। এই উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয় শাখাৰ কাৰ্য্যকৰ্তাসকলৰ তৰফৰপৰা শ্ৰীযুত গিৰিধৰ চৌধুৰী ডাঙৰীয়াক আন্তৰিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
ABVP Assam