05/09/2024
আজি অসম গণ পৰিষদ বজালী বিধান সভা সমষ্টি সমিতিৰ অসম মহিলা পৰিষদৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন পাঠশালাস্হিত দলীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। বজালী মহিলা পৰিষদৰ সভানেত্ৰী শ্ৰীযুতা দীপিকা চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা শ্ৰীযুতা মৌচুমী দাসে। সভাত উপস্থিত থাকে বজালী সমষ্টি সমিতিৰ পৰ্যবেক্ষক প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কুমাৰ দীপক দাস ডাঙৰীয়া, বজালী বিধান সভা সমষ্টিৰ সভাপতি শ্ৰীযুত জিন্টু চৌধুৰী ডাঙৰীয়া, কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া, অসম মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী শ্ৰীযুতা বন্তি পাঠক ডাঙৰীয়ানিৰ লগতে বিধান সভা সমষ্টি সমিতিৰ লগতে ভাতৃ ভগ্নী সংগঠনৰ বিষয় ববীয়া সকল
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
We support Phani bhusan Choudhury