12/09/2025
যোৱাকালি গোৱালপাৰা মহাবিদ্যালয়ত হোৱা ধৰ্ষন কাণ্ডই সমগ্ৰ ছাত্ৰ সমাজক লজ্জিত কৰে দোশিয়ে কম দিনৰ ভিতৰত উচিত শাস্তি প্ৰদান কৰা হয় তাৰ বাবে আজি অসম ছাত্ৰ পৰিষদ (ACP) আৰু RCP প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় ।
জয় আই অসম ।
অসম ছাত্ৰ পৰিষদ জিন্দাবাদ ।