Aanayan

Aanayan A Step of Reviving Rural Dreams...

03/10/2025
আমাৰ আনয়ন এনজিঅ' ৰ সাধাৰণ সম্পাদক শ্ৰী দেৱজ্যোতি বৰুৱা আৰু সদস্য ব্ৰজেন বৰুৱাই অসম ৰাজ্যিক কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক তথ...
14/09/2025

আমাৰ আনয়ন এনজিঅ' ৰ সাধাৰণ সম্পাদক শ্ৰী দেৱজ্যোতি বৰুৱা আৰু সদস্য ব্ৰজেন বৰুৱাই অসম ৰাজ্যিক কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক তথা বিহপুৰীয়া সমষ্টিৰ যুৱনেতা ৰঞ্জিত ভট্টাচাৰ্য্য দেৱক বিভিন্ন আৰ্থ-সামাজিক, স্ব নিয়োজন, যুৱ সমাজৰ মাজত কৃষিৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে এক আলোচনাত মিলিত হয়। ৰঞ্জিত ভট্টাচাৰ্য্য দেৱে তেখেতৰ বহুমূলীয়া উপদেশ আৰু সাৰুৱা ব্যক্তব্যৰে আমাক কৃতাৰ্থ কৰাৰ লগতে আমাৰ পৰিকল্পনা সমূহ সাফল্যমণ্ডিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে।
Ranjit Bhattacharya

আজি ভৰলীপৰীয়া কন্যকা বহুমুখী পামত পুনৰবাৰ উপস্থিত হৈ শ্ৰদ্ধাৰ বিধায়ক মহোদয় পদ্ম হাজৰিকা দেৱক লগ কৰি তেখেতৰ লগত কিছু অন...
22/06/2025

আজি ভৰলীপৰীয়া কন্যকা বহুমুখী পামত পুনৰবাৰ উপস্থিত হৈ শ্ৰদ্ধাৰ বিধায়ক মহোদয় পদ্ম হাজৰিকা দেৱক লগ কৰি তেখেতৰ লগত কিছু অন্তৰংগ আলোচনাত মিলিত হওঁ। ইয়াৰ লগতে কন্যকা বহুমুখী পাম খন পৰিদৰ্শন কৰা হয়। মাননীয় পদ্ম হাজৰিকা দেৱৰ জ্ঞান গভীৰ ব্যক্তিত্বই আমাক মন্ত্ৰমুগ্ধ কৰাৰ লগতে তেখেতৰ দূৰদৰ্শী চিন্তাই অসমীয়া যুৱ সমাজৰ স্বাৱলম্বিতাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ।

Padma Hazarika

গছ থাকিলেহে জীৱন থাকিব।বিশ্ব পৰিবেশ দিৱস উপলক্ষে আজি আনয়ন এন জি অ ৰ সমূহ কাৰ্য্যকৰ্তা আৰু সদস্য সকলে এক বৃক্ষৰোপণ কাৰ্য্...
05/06/2025

গছ থাকিলেহে জীৱন থাকিব।বিশ্ব পৰিবেশ দিৱস উপলক্ষে আজি আনয়ন এন জি অ ৰ সমূহ কাৰ্য্যকৰ্তা আৰু সদস্য সকলে এক বৃক্ষৰোপণ কাৰ্য্যসূচী গ্ৰহণ কৰে। এই কাৰ্য্যসূচীৰ কিছু আলোকচিত্ৰ।

Address

Ward No-2, Near HBS Followers Office, P. O/Dikrong, P. S/Narayanpur, Dist/Lakhimpur
North Lakhimpur
784164

Website

Alerts

Be the first to know and let us send you an email when Aanayan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share