03/09/2026
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ধলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই খাদ্য, ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱযাত্ৰা,,
খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ আৰু দাম হ্ৰাস কৰাৰ দাবীত ধলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী কৰো -০৩/০৯/২০২৬