TMPK Ujani Bhimpara Regional Committee.

TMPK Ujani Bhimpara Regional Committee. 𝐴 𝑂𝑓𝑓𝑖𝑐𝑖𝑎𝑙 𝑓𝑎𝑐𝑒𝑏𝑜𝑜𝑘 𝑝𝑎𝑔𝑒 𝑓𝑜𝑟 𝑇𝑀𝑃𝐾 𝑈𝑗𝑎𝑛𝑖 𝐵ℎ𝑖𝑚𝑝𝑎𝑟𝑎 𝑅𝑒𝑔𝑖𝑜𝑛𝑎𝑙 𝐶𝑜𝑚𝑚𝑖𝑡𝑡𝑒𝑒.
𝐌𝐢𝐬𝐢𝐧𝐠 𝐑é𝐧𝐠𝐚𝐦 í𝐫𝐫𝐨𝐢!💪💪
𝐓𝐌𝐏𝐊 í𝐫𝐫𝐨𝐢.✊✊✊

 #সকলো বিজয়ী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা৷লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০২৬–২৭ বৰ্ষৰ সাধাৰ...
17/09/2026

#সকলো বিজয়ী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা৷

লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০২৬–২৭ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত -ৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে বিজয়ী হোৱা সভাপতি ক্ৰমে— শ্ৰী মানস প্ৰতীম সোনোৱাল, উপ-সভাপতি শ্ৰী উৎপল বৰা আৰু সাধাৰণ সম্পাদক শ্ৰী সঞ্জয় নৰহলৈ উজনি ভীমপৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন ও সংগ্ৰামী শুভেচ্ছা জনাইছোঁ।💐

✊✊✊



Tilak Doley
Tilak Doley official
Shaan Do Nyi Panggíng
TMPK Lakhimpur District Committee
Takam Mising Porin Kébang - TMPK All Mising Students' Union

17/09/2026

Mising National Anthem,
—“Ngokké Dungko Kangkané”

The Author/Writer:- Torun Sondro Pame:gam.

, , , , & .












  Congratulations to Mg. Pabitra Kaman Newly formed Convenor Sports Cell. TMPK Ujani Bhimpara Regional Committee. Tilak ...
15/09/2026

Congratulations to Mg. Pabitra Kaman Newly formed Convenor Sports Cell. TMPK Ujani Bhimpara Regional Committee.



Tilak Doley Shaan Do Nyi Panggíng
TMPK Lakhimpur District Committee
Takam Mising Porin Kébang - TMPK All Mising Students' Union

  to Mg. Joy Ch. Chungkrang Newly formed Convenor Education Cell. TMPK Ujani Bhimpara Regional Committee. Tilak Doley Sh...
15/09/2026

to Mg. Joy Ch. Chungkrang Newly formed Convenor Education Cell. TMPK Ujani Bhimpara Regional Committee.



Tilak Doley Shaan Do Nyi Panggíng
TMPK Lakhimpur District Committee
Takam Mising Porin Kébang - TMPK All Mising Students' Union

 #মিচিং জনগোষ্ঠীৰ একমাত্ৰ শক্তিশালী ছাত্ৰ সংগঠন তথা মিচিং জাতিৰ ৰাজহাড় স্বৰূপ “টাকাম মিচিং পৰিণ কৗবাং”   লখিমপুৰ জিলা সম...
14/09/2026

#মিচিং জনগোষ্ঠীৰ একমাত্ৰ শক্তিশালী ছাত্ৰ সংগঠন তথা মিচিং জাতিৰ ৰাজহাড় স্বৰূপ “টাকাম মিচিং পৰিণ কৗবাং” লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত ওখমাটি আঞ্চলিক সমিতিৰ নৱম ত্ৰি-বাৰ্ষীক সাধাৰণ অধিৱেশনটি যোৱা ইং ১৩-০৯-২০২৬ তাৰিখে দীৰপাই ৰঙ্গমঞ্চত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়৷ উক্ত অধিৱেশনৰ দ্বাৰা “নতুন মুখ—নতুন সংগ্ৰাম”-ৰ পণ লৈ নৱগঠিত সভাপতি মিগাং ঘনজ্যোতি চুংক্ৰাং আৰু সম্পাদক মিগাং বিতোপন পেগু, নৱগঠিত সভাপতি মিগাং জেলসিং পাংগিং আৰু সম্পাদক মিগাং মেদিনী দলে তথা সমূহ নৱগঠিত সদস্য/সদস্যালৈ উজনি ভীমপৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷

গতিকে, আশা কৰোঁ যে এই নতুন সমিতিখনে মিচিং জনগোষ্ঠীটোৰ বাবে “কেৱল স্বায়ত্তশাসনেই নহয় এখন সুন্দৰ প্ৰগতিশীল আৰু গণতান্ত্ৰিক সমাজ” গঢ়াৰ উদ্দেশ্যে অধিক কাম কৰি যাব বুলি আমি আশাবাদী৷ শেষত, আপোনালোক আটাইৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পুনৰ সংগ্ৰামী অভিনন্দন জনাইছোঁ৷ ধন্যবাদ৷৷






Tilak Doley Shaan Do Nyi Panggíng
TMPK Ujani Bhimpara Regional Committee.
Takam Mising Porin Kébang - TMPK All Mising Students' Union

!
.✊✊✊

Address

North Lakhimpur

Telephone

+917086887150

Website

Alerts

Be the first to know and let us send you an email when TMPK Ujani Bhimpara Regional Committee. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to TMPK Ujani Bhimpara Regional Committee.:

Shortcuts

Share