13/04/2024
সৰু সৰু মানুহক ভাল পায় কাৰনেই ছাগৈ তেখেত লোক ডাঙৰ মানুহ…
২০১৫ চনৰ শেষৰ ফালে, তেতিয়াৰ লখিমপুৰ জিলাৰ DC আছিল সন্মানীয় শ্রীযুত দেবেশ্বৰ মালাকাৰ দেৱ । আমি ৰেছম শিল্পৰ লগত জৰিত কাৰনে আমাৰ গৃহলৈ তেখেত এদিন সপৰিয়ালে আহিছিল । তেতিয়াৰ পৰা তেখেতে প্ৰতিটো উৎসৱত আমাক মনত পেলায় ।
আজিও পুৱাতে তেখেতৰ পৰা শুভেছ্ছা পালো ।
এৰি খোলা সোণৰ ছেকোৰা
মূগা খোলা সোণৰ টুকুৰা ।