13/08/2026
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা ছাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত Comparative Literature-ৰ Professor হিচাপে নতুন দায়িত্ব লাভ কৰাত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় আছু গোটৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা জনালোঁ।
Arabinda Rajkhowa
Punam Jyoti Buragohain
Simanta Neog
Duwara