Boginadi AAGSU

Boginadi AAGSU সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বগীনদী

সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ আহ্বানত বগীনদী আঞ্চলিক সমিতিয়ে আজি বিশ্ব পৰিবেশ  দিৱস উপলক্ষে  বৃক্ষৰোপ...
05/06/2021

সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিৰ আহ্বানত বগীনদী আঞ্চলিক সমিতিয়ে আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী বগীনদী গোৰ্খা ভৱন চৌহদত সম্পন্ন কৰা হয় । উক্ত কাৰ্যসূচীত জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰান্ঞ্জল উপাধ্যায় উপস্থিত থাকে।
জয় আই অসম
জয় গোর্খা

Address

BOGINADI
North Lakhimpur

Telephone

+917099693614

Website

Alerts

Be the first to know and let us send you an email when Boginadi AAGSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share