Explore with Lee

Explore with Lee Personal

আজি আমাৰ বান সাহাৰ্য্য   বিতৰণ  কাৰ্যসূচীত ১০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীক আমি শিক্ষাৰ বাবে প্ৰয়োজনীয় কিছু সামগ্ৰী লগতে ১৫০ জো...
08/06/2025

আজি আমাৰ বান সাহাৰ্য্য বিতৰণ কাৰ্যসূচীত ১০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীক আমি শিক্ষাৰ বাবে প্ৰয়োজনীয় কিছু সামগ্ৰী লগতে ১৫০ জোৰ জোটা প্ৰদান কৰা লগতে এটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। এইক্ষেত্ৰত আমাক সহায় কৰা সকলো ব্যক্তিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।ধন্যবাদ ।

07/06/2025

অহা কাইলৈ (৮-৬-২৫ ) ৰাতিপুৱা বানপীড়িত অঞ্চলত এটি বিনামূলীয়া চকু চিকিৎসা শিৱিৰ আৰু শৈক্ষিক সামগ্ৰী বিতৰণ অন্তিমটো কাৰ্যসূচী ৰূপায়ন কৰা হব 🤚 যি সকলে আমাৰ লগত এই যাত্ৰাত যোগদান কৰিব বিচাৰে তেওঁলোকে পুৱা ৯ বজাৰ আগত ওলাই আমাৰ সদস্য - সদস্যাক ফোন যোগে যোগাযোগ কৰি আমাৰ লগত যাব পাৰিব ✍️

Dr.K.K.Riva Das 🩺
Saumerpith Hospital 👁️ 🚑

With Team ✍️
All Well Wishers 🏃
Seuje Mitra 🌳
Optics Founadtion 🖥️

আজি বানপীড়িত অঞ্চলৰ ১০০ জনৰো অধিক শিক্ষাৰ্থীক প্ৰয়োজনীয় শৈক্ষিক সামগ্ৰী  বিতৰণ কৰা হয়। আমি বিতৰণ কৰা সামগ্ৰীসমূহ হৈছে...
07/06/2025

আজি বানপীড়িত অঞ্চলৰ ১০০ জনৰো অধিক শিক্ষাৰ্থীক প্ৰয়োজনীয়
শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হয়।
আমি বিতৰণ কৰা সামগ্ৰীসমূহ হৈছে -
১. প্লেন বহী: ৫ খন
২. ৰুল পৰা বহী: ২ খন
৩. জ্যামিতি বক্স(camel): ১ টা
৪. ৰঙৰ বক্স: ১ টা
৫. কলম: ৩ টা
৬. পেঞ্চিল: ৩ টা
৭. ৰবৰ: ২ টা
৮. কাটাৰ: ২ টা
৯. স্কেল(কাঠৰ): ১ টা

Due To Flood Relief Drive We Postpone Our Plantation Pgm On 5/6/25 ll Rescheduled The Pgm & Update Soon ✍️Regards Xeuj M...
05/06/2025

Due To Flood Relief Drive We Postpone Our Plantation Pgm On 5/6/25

ll Rescheduled The Pgm & Update Soon ✍️

Regards
Xeuj Mitra 🌳

01/06/2025

ইতিমধ্যে আপোনালোক সকলোৱে অৱগত হৈছে যে লখিমপুৰ জিলাৰ কিছু ঠাই বানপানীৰ কবলত বিধ্বস্ত হৈছে । এই কঠিন সময়ত আমাৰ পীড়িত ৰাইজৰ মাজত থিয় দিয়াৰ প্ৰয়াসৰে, "সেউজ মিত্ৰ" আৰু কিছু দয়ালু ব্যক্তিৰ সহযোগত বানপীড়িত ৰাইজৰ মাজত আজি আবেলি 4 বজাত কিছু জৰুৰী সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰা হৈছে 💚 । আপুনিও যদি এই মহৎ কামত সহযোগ কৰিব বিচাৰে, তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰিব । আপোনালোকৰ সৰু সৰু সহায়ৰ হাতবোৰে বহুতকেই এই কঠিন সময়ৰ যুঁজত অলপ হ'লেও সহায় কৰিব ।📞 যোগাযোগৰ বাবে 8472897153 নম্বৰত ফোন কৰিব পাৰিব ।

02/05/2025
📢📢 গোহাৰি 📢📢আপোনাক জনাবলৈ পাই আমি অতিকৈ সুখী হৈছোঁ যে অহা ইংৰাজী 04/05/2025  ব'হাগ মাহৰ ২০ তাৰিখ দেওবাৰে লখিমপুৰৰ সমূহ স...
02/05/2025

📢📢 গোহাৰি 📢📢

আপোনাক জনাবলৈ পাই আমি অতিকৈ সুখী হৈছোঁ যে অহা ইংৰাজী 04/05/2025 ব'হাগ মাহৰ ২০ তাৰিখ দেওবাৰে লখিমপুৰৰ সমূহ সেউজ প্ৰেমি ৰাইজৰ সহযোগত লাহন গাঁৱত অৱস্থিত গ্ৰাম্যানুভূতি ত 'তৃতীয় বাৰ্ষিক ৰহেদৈ চোতালৰ বিহু ২০২৫' সন্মিলন খনি অনুষ্ঠিত কৰা হৈছে । উক্ত সন্মিলন খনিৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
গতিকে, উক্ত প্ৰতিযোগিতা খনিত ইচ্ছুক সকলো শিক্ষাৰ্থীকে অংশগ্ৰহণ কৰিবলৈ ৰহেদৈ বিহু সন্মিলন খনিৰ সমিতিৰ তৰফৰ পৰা সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।

ধন্যবাদেৰে
উদযাপন সমিতি
ৰহেদৈ ২০২৫
যোগাযোগ নম্বৰ
6002849153
সময়: দিনৰ ১০.৩০ বজাত

" ৰহেদৈ " ২০২৫ , চোতালৰ বিহু 💚কেৱল মাত্ৰ FB Wapp ত ন'হয় Ground Ziro ত গৈ কৃষক নিমন্ত্রণ পত্র দিয়া হ'য় আমাৰ ✅ 30-4-25
30/04/2025

" ৰহেদৈ " ২০২৫ , চোতালৰ বিহু 💚

কেৱল মাত্ৰ FB Wapp ত ন'হয় Ground Ziro ত গৈ কৃষক নিমন্ত্রণ পত্র দিয়া হ'য় আমাৰ ✅ 30-4-25

ৰহেদৈ কি?????ৰহেদৈ বিহু সন্মিলন খনৰ গুৰুত্বপূৰ্ণ দিশ সমূহ প্ৰথম গুৰুত্বপূৰ্ণ দিশ হ'ল এই সন্মিলন খনিত জড়িত সমূহ সদস্য সে...
28/04/2025

ৰহেদৈ কি?????
ৰহেদৈ বিহু সন্মিলন খনৰ গুৰুত্বপূৰ্ণ দিশ সমূহ

প্ৰথম গুৰুত্বপূৰ্ণ দিশ হ'ল এই সন্মিলন খনিত জড়িত সমূহ সদস্য সেউজীয়া মনৰ অধিকাৰী এখন সেউজ ক্ষেত্ৰৰ সন্ধানত অহৰহ প্ৰচেষ্টা চলায় থাকে।

দ্বিতীয়তে এই সন্মিলন খনিত বিশেষ ভাৱে গুৰত্ব দিয়া হয় কৃষকক। প্ৰত্যেক বছৰে কৃষকক নিমন্ত্ৰণ দি জনোৱা বিশেষ সন্মান। আলোচনা কৰা হয় তেওঁ লোকৰ সফলতা ৰ কাহিনী।

তৃতীয়তে এই সন্মিলন খনি অনুষ্ঠিত কৰিবলৈ সংগ্ৰহ কৰা নহয় কোনো ধৰণৰ বাহিৰৰ অৰ্থ। সদস্য আৰু শুভাকাঙ্খী সকলৰ পৰাই যাবতীয় অৰ্থ সংগ্ৰহ কৰি উদযাপন কৰা হয়।

চতুৰ্থতে এই সন্মিলন খনিত জড়িত সকলো ব্যক্তি সেউজীয়া মনেৰে ভৰপূৰ সেয়েহে ৰহেদৈ লগত সংগতি ৰাখি বিদ্যালয়, মহাবিদ্যালয়, মন্দিৰ, মছজিদ বা অন্যান্য অনুষ্ঠান ত এক বৃক্ষৰোপণ কাৰ্য্যসূচী গ্ৰহণ কৰা হয়।(বিহু ৰ লগত সংগতি ৰাখিয়েই অকল বৃক্ষৰোপণ কৰা নহয় বাৰিষা আৰম্ভ হোৱাৰ লগে বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্য্যসূচী কৰি অহা হৈছে বহু বছৰ আগৰ পৰাই *সেউজ মিত্ৰ* জৰিয়তে )

📢📢 *গোহাৰি* 📢📢সমূহ সেউজ প্ৰেমি ৰাইজক জনাও যে আগন্তুক ৰহেদৈ ২০২৫ সন্মিলন খনিত *টকা বিহু* প্ৰতিযোগিতা মূলক ভাবে অনুষ্ঠিত ক...
27/04/2025

📢📢 *গোহাৰি* 📢📢

সমূহ সেউজ প্ৰেমি ৰাইজক জনাও যে আগন্তুক ৰহেদৈ ২০২৫ সন্মিলন খনিত *টকা বিহু* প্ৰতিযোগিতা মূলক ভাবে অনুষ্ঠিত কৰিবলৈ আমি সকলোৱে সিদ্ধান্ত লৈছোঁ সেহেয়ে আমি নগৰৰ ওচৰত থকা ইচ্ছুক বিহু দল সমুহক আমাৰ লগত যোগা যোগ কৰিৱলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ ।

ধন্যবাদেৰে
উদযাপন সমিতি 

ৰহেদৈ (চোতাল বিহু)২০২৫

অহা *২০ ব'হাগ, ৪ মে' (দেওবাৰে)* এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব লগা *ৰহেদৈ ২০২৫* ৰঙালীবিহু সন্মিলনখনিলৈ সমূহ ৰাইজক স...
26/04/2025

অহা *২০ ব'হাগ, ৪ মে' (দেওবাৰে)* এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব লগা *ৰহেদৈ ২০২৫* ৰঙালীবিহু সন্মিলনখনিলৈ সমূহ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ । 🙏🙏

Address

North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when Explore with Lee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share