Sadichsa -সদিচ্ছা

Call Directions Contact the organization

Sadichsa is a non profit organization registered under Society Act 1950 aimed to work towards sustainability and socio-cultural development of society as a whole.

২০২৫ চনৰ শেষৰ ফালে উত্তৰ গুৱাহাটীৰ দিহিং  সত্ৰৰ কদমতলৰ গীতা বনিয়া আৰু তেওঁৰ বিশেষভাবে সক্ষম কিশোৰ পুত্ৰ বিজন বনিয়াৰ বিষয়...
05/09/2026

২০২৫ চনৰ শেষৰ ফালে উত্তৰ গুৱাহাটীৰ দিহিং সত্ৰৰ কদমতলৰ গীতা বনিয়া আৰু তেওঁৰ বিশেষভাবে সক্ষম কিশোৰ পুত্ৰ বিজন বনিয়াৰ বিষয়ে সদিচ্ছাক অৱগত কৰিছিল ইলোস্মিতা কোঁৱৰে । পৰিয়ালত অকল মাতৃ-পুত্ৰ। সদিচ্ছাৰ তৰফৰ পৰা তেওঁলোকক কিছু নিত্যব্যৱহাৰ্য সামগ্ৰী প্ৰদান কৰা হৈছিল। পুত্ৰক এৰি মাক বাহিৰত কাম কৰিবলৈ যোৱা অসম্ভৱপ্ৰায় আৰু আন উপাৰ্জনৰ পথো নাই। সেয়েহে ২০২৬ বৰ্ষৰ প্ৰথম দিনটোতে গীতা বনিয়াক সদিচ্ছাৰ তৰফৰ পৰা এটি চিলাই মেচিন দিয়া হয় । যোৱা ৮টা মাহত তেওঁ সৰু-সুৰা চিলাইৰ কাম কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে । আজি ৫/৯/২৬ তাৰিখে সদিচ্ছা পৰিয়াল তেওঁৰ বাসগৃহত উপস্থিত হওঁতে তেওঁ নিজমুখে এয়া ব্যক্ত কৰে । আজিও তেওঁলোকৰ বাবে সদিচ্ছাই গাখীৰ, কণী, বিস্কুট আদি লৈ গৈছিল।

বি:দ্ৰ: মাতৃৰ অনুমতি আৰু আগ্ৰহত ভিডিঅ’ত কিশোৰজনৰ মুখ স্পষ্টকৈ ৰখা হৈছে ।

05/09/2026

২০২৫ চনৰ শেষৰ ফালে উত্তৰ গুৱাহাটীৰ দিহিং সত্ৰৰ কদমতলৰ গীতা বনিয়া আৰু তেওঁৰ বিশেষভাবে সক্ষম কিশোৰ পুত্ৰ বিজন বনিয়াৰ বিষয়ে সদিচ্ছাক অৱগত কৰিছিল ইলোস্মিতা কোঁৱৰে । পৰিয়ালত অকল মাতৃ-পুত্ৰ। সদিচ্ছাৰ তৰফৰ পৰা তেওঁলোকক কিছু নিত্যব্যৱহাৰ্য সামগ্ৰী প্ৰদান কৰা হৈছিল। পুত্ৰক এৰি মাক বাহিৰত কাম কৰিবলৈ যোৱা অসম্ভৱপ্ৰায় আৰু আন উপাৰ্জনৰ পথো নাই। সেয়েহে ২০২৬ বৰ্ষৰ প্ৰথম দিনটোতে গীতা বনিয়াক সদিচ্ছাৰ তৰফৰ পৰা এটি চিলাই মেচিন দিয়া হয় । যোৱা ৮টা মাহত তেওঁ সৰু-সুৰা চিলাইৰ কাম কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে । আজি ৫/৯/২৬ তাৰিখে সদিচ্ছা পৰিয়াল তেওঁৰ বাসগৃহত উপস্থিত হওঁতে তেওঁ নিজমুখে এয়া ব্যক্ত কৰে ।

বি:দ্ৰ: মাতৃৰ অনুমতি আৰু আগ্ৰহত ভিডিঅ’ত কিশোৰজনৰ মুখ স্পষ্টকৈ ৰখা হৈছে ।

05/09/2026

২৮/০৮/২৬

সদিচ্ছাৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বাহনা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতাৰ অনুষ্ঠান আয়োজন কৰা হয় । ছাত্ৰীসকলৰ বাবে এটা চেনিটেৰী পেড নিষ্কাষণ যন্ত্ৰ প্ৰদান কৰা হয় ।সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে
MBBS , DGO
Senior Consultant, Obstetrics and Gynaecology Dept
SDCH , তিতাবৰৰ ডা: ৰাহি দত্তই। পুন:ব্যৱহাৰোপযোগী চেনিটেৰী পেড আৰু লঘূ আহাৰ বিতৰণ কৰা হয় ।

ধন্যবাদ

২৮/০৮/২৬সদিচ্ছাৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বাহনা   উচ্চ  মাধ্যমিক বালিকা  বিদ্যালয়ত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ...
05/09/2026

২৮/০৮/২৬

সদিচ্ছাৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বাহনা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতাৰ অনুষ্ঠান আয়োজন কৰা হয় । ছাত্ৰীসকলৰ বাবে এটা চেনিটেৰী পেড নিষ্কাষণ যন্ত্ৰ প্ৰদান কৰা হয় ।সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে
MBBS , DGO
Senior Consultant, Obstetrics and Gynaecology Dept
SDCH , তিতাবৰৰ ডা: ৰাহি দত্তই। পুন:ব্যৱহাৰোপযোগী চেনিটেৰী পেড আৰু লঘূ আহাৰ বিতৰণ কৰা হয় ।

ধন্যবাদ

02/09/2026

২৮/০৮/২৬

সদিচ্ছাৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতাৰ অনুষ্ঠান আয়োজন কৰা হয় । ছাত্ৰীসকলৰ বাবে এটা চেনিটেৰী পেড নিষ্কাষণ যন্ত্ৰ প্ৰদান কৰা হয় ।সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে
MBBS , DGO
Senior Consultant, Obstetrics and Gynaecology Dept
SDCH , তিতাবৰৰ ডা: ৰাহি দত্তই। পুন:ব্যৱহাৰোপযোগী চেনিটেৰী পেড আৰু লঘূ আহাৰ বিতৰণ কৰা হয় ।

ধন্যবাদ

২৮/০৮/২৬সদিচ্ছাৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ৰংদৈ  উচ্চ ইংৰাজী বিদ্যালয়ত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতাৰ অনুষ...
02/09/2026

২৮/০৮/২৬

সদিচ্ছাৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতাৰ অনুষ্ঠান আয়োজন কৰা হয় । ছাত্ৰীসকলৰ বাবে এটা চেনিটেৰী পেড নিষ্কাষণ যন্ত্ৰ প্ৰদান কৰা হয় ।সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে
MBBS , DGO
Senior Consultant, Obstetrics and Gynaecology Dept
SDCH , তিতাবৰৰ ডা: ৰাহি দত্তই। পুন:ব্যৱহাৰোপযোগী চেনিটেৰী পেড আৰু লঘূ আহাৰ বিতৰণ কৰা হয় ।

ধন্যবাদ

01/09/2026

২৮/০৮/২৬

সদিচ্ছাৰ উদ্যোগত আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বাহনা বাল্যভৱন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতাৰ অনুষ্ঠান আয়োজন কৰা হয় । ছাত্ৰীসকলৰ বাবে এটা চেনিটেৰী পেড নিষ্কাষণ যন্ত্ৰ প্ৰদান কৰা হয় ।সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে
MBBS , DGO
Senior Consultant, Obstetrics and Gynaecology Dept
SDCH , তিতাবৰৰ ডা: ৰাহি দত্তই। পুন:ব্যৱহাৰোপযোগী চেনিটেৰী পেড আৰু লঘূ আহাৰ বিতৰণ কৰা হয় ।

ধন্যবাদ

সদিচ্ছাক বিদ্যালয়ৰ তৰফৰ পৰা আদৰণি জনায় ।

১৫/০৮/২৬স্বাধীনতা দিৱস উপলক্ষে যোৰহাটৰ মেলেং মেটেলি গাঁৱত শতাধিক মহিলা-যুৱতী-কিশোৰীৰ মাজত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতা ...
01/09/2026

১৫/০৮/২৬

স্বাধীনতা দিৱস উপলক্ষে যোৰহাটৰ মেলেং মেটেলি গাঁৱত শতাধিক মহিলা-যুৱতী-কিশোৰীৰ মাজত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতা অভিযান চলোৱা হয় আৰু চেনিটেৰী পেড আৰু চাবোন বিতৰণ কৰা হয় ।

31/08/2026

১৫/০৮/২৬

স্বাধীনতা দিৱস উপলক্ষে যোৰহাটৰ মেলেং মেটেলি গাঁৱত শতাধিক মহিলা-যুৱতী-কিশোৰীৰ মাজত ঋতুস্ৰাৱজনিত স্বচ্ছতাৰ সজাগতা অভিযান চলোৱা হয় আৰু চেনিটেৰী পেড আৰু চাবোন বিতৰণ কৰা হয় ।

সদিচ্ছাৰ অনুষ্ঠানৰ বিষয়ে আমাৰ 'অসম কাকত'ত
31/08/2026

সদিচ্ছাৰ অনুষ্ঠানৰ বিষয়ে আমাৰ 'অসম কাকত'ত

Address

*SADICHSA*, H/No./34, Sonadhar Senapati Road, Silpukhuri, Guwahati, Assam, Pin, Email/sadichsango@gmail. Com, Mobile/88381-28828/60027-17193
North Gauhati
781003

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+18638128828

Website

Alerts

Be the first to know and let us send you an email when Sadichsa -সদিচ্ছা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sadichsa -সদিচ্ছা:

Shortcuts

Share