09/03/2025
All the best to all aspirants, those who are appearing in today's entrance examination for free APSC coaching organised by KRDC.
কোচ ৰাজবংশী উন্নয়ন পৰিষদেৰ উদ্যোগত হ'ব লাগা অসম লোকসেৱা আয়োগেৰ পৰীক্ষাৰ ফ্ৰী কোচিঙেৰ বাদে হওৱা প্ৰৱেশ পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীক কোচ নেশ্যনেল কাউঞ্চিল থাকি পৰীক্ষাৰ শুভকামনা জানালুং
কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ উদ্যোগত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণৰ বাবৰ আয়োজিত প্ৰৱেশ পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীলৈ কোচ নেশ্যনেল কাউঞ্চিলৰ তৰফৰ পৰা পৰীক্ষাৰ শুভ কামনা জনালোঁ।