নলবাৰী আঞ্চলিক ছাত্র সন্থা

  • Home
  • India
  • Nalbari
  • নলবাৰী আঞ্চলিক ছাত্র সন্থা

নলবাৰী আঞ্চলিক ছাত্র সন্থা নলবাৰী আঞ্চলিক ছাত্র সন্থা | Official page Official page

শুভেচ্ছা জ্ঞাপন কৰিলোঁ Binod Malakar
07/10/2026

শুভেচ্ছা জ্ঞাপন কৰিলোঁ
Binod Malakar

শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
07/10/2026

শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

শুভেচ্ছা জ্ঞাপন কৰিলোঁ
07/10/2026

শুভেচ্ছা জ্ঞাপন কৰিলোঁ

সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ’...
27/09/2026

সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ’৭২ৰ মাধ্যম আন্দোলনৰ কৰ্ণধাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰী ডাঙৰীয়াই ১৯৮১ৰ আজিৰ দিনটোতে ইহসংসাৰৰ পৰা স্বৰ্গধামলৈ গতি কৰিছিল।
যোৱা কালি ২৬ ছেপ্টেম্বৰ তাৰিখে প্ৰতিবছৰৰ দৰে এইবছৰো নলবাৰী চহৰৰ মাজমজিয়াত অৱস্থিত প্ৰসন্ন নাৰায়ণ চৌধুৰী স্মৃতি উদ্যানত থকা তেখেতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

আজি ৫ ছেপ্তেম্বৰ ইং তাৰিখে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা নলবাৰী জিলাত অৱস্থিত আগশাৰীৰ চৰকাৰী খণ্ডৰ উচ্চতৰ মাধ্যমি...
05/09/2026

আজি ৫ ছেপ্তেম্বৰ ইং তাৰিখে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা নলবাৰী জিলাত অৱস্থিত আগশাৰীৰ চৰকাৰী খণ্ডৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় সমূহত গৈ বিদ্যালয় সমূহৰ সন্মানীয় অধ্যক্ষ মহোদয়ক সম্বৰ্ধনা পত্ৰৰে সম্বোধন কৰি তেখেত সকলৰ পৰা অনাগত দিনত ছাত্ৰ ছাত্ৰীৰ সমস্যা সমূহৰ হকে যাতে মাত মাতিব পাৰো,লগতে শৈক্ষিক দিশত ছাত্ৰ সন্থাৰ ভূমিকা যাতে ছাত্ৰ সমাজৰ সৈতে স্হিৰপ্ৰদত্ত কৰি ৰাখিব পাৰো তথা অনাগত দিনত সমাজৰ হৈ, জাতিৰ হৈ আপোচবিহীন সংকল্পৰে আগবাঢ়িব পাৰো তাৰ বাবে আশীৰ্বাদ বিচাৰো।
জয় আই অসম

‘এৰিয়াৰ/বেকলগ’ থকাৰ বাবে আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলক নামভৰ্তিৰ মাচুল ৰেহাই দিয়া আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত কৰাটো কোন...
02/09/2026

‘এৰিয়াৰ/বেকলগ’ থকাৰ বাবে আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলক নামভৰ্তিৰ মাচুল ৰেহাই দিয়া আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।

সদৌ অসম ছাত্ৰ সন্থাৰ দাবী -

➡️ ‘এৰিয়াৰ/বেকলগ’ থকা শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ মাচুল ৫০% হ্ৰাস কৰাৰ জাননী শীঘ্ৰে প্ৰত্যাহাৰ কৰি তেওঁলোকৰ বাবেও ১০০% মাচুল ৰেহাইৰে সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা সুনিশ্চিত কৰক।

➡️ ইতিমধ্যে মাচুল জমা কৰা শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ মাচুল শীঘ্ৰে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক।

এই দাবীৰে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নলবাৰী মহাবিদ্যালয় আছু গোট আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আছু গোটৰ স্বাক্ষৰ অভিযান চলোৱা হয় আৰু অধ্যক্ষ মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

অমিয় বৰ্মন সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা সফল সমাপ্তিজ্ঞান, মেধা আৰু প্ৰতিযোগিতাৰ উচ্ছ্বাসেৰে অমিয় বৰ্মন সোঁৱৰণী মুকলি...
02/09/2026

অমিয় বৰ্মন সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা সফল সমাপ্তি

জ্ঞান, মেধা আৰু প্ৰতিযোগিতাৰ উচ্ছ্বাসেৰে অমিয় বৰ্মন সোঁৱৰণী মুকলি কুইজ প্ৰতিযোগিতা সফলভাৱে সম্পন্ন হয়। অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগী, বিজয়ী দল আৰু সহযোগীসকললৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ।

জ্ঞানৰ পোহৰে আগুৱাই যাওক নতুন প্ৰজন্ম।

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ
31/08/2026

সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ ৬০ বছৰ
08/08/2026

সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ ৬০ বছৰ

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when নলবাৰী আঞ্চলিক ছাত্র সন্থা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share