01/01/2026
সুখ-দুখ, হাঁহি-কান্দোনৰ মাজেৰে পাৰ হোৱা পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰণি জনালোঁ, নতুন বছৰৰ প্ৰতিটো পুৱাই কঢ়িয়াই আনক সুখ,শান্তি আৰু আশাৰ বতৰা তাৰেই কামনাৰে NABA JIBAN COMPUTER ACADEMY & NABA JIBAN FOUNDATION ৰ তৰফৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ইংৰাজী নববৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। ❤️💚 Happy New Year 2026 💚❤️